• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ এক ভয়াবহ যুদ্ধৰ আশংকা! ট্ৰাম্পৰ বোমা বৰ্ষণৰ ভাবুকিৰ পিছতে ক্ষেপণাস্ত্ৰ সাজু কৰিছে ইৰাণে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 11:44 am
আকৌ এক ভয়াবহ যুদ্ধৰ আশংকা! ট্ৰাম্পৰ বোমা বৰ্ষণৰ ভাবুকিৰ পিছতে ক্ষেপণাস্ত্ৰ সাজু কৰিছে ইৰাণে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণে পাৰমাণৱিক চুক্তি মানি নল’লে ইৰাণত বোমা আক্ৰমণৰ ভাবুকি দিছে। ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছতে ইৰাণে ওলোটা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে।  আণ্ডাৰগ্ৰাউণ্ড চেম্বাৰত থকা বিভিন্ন ধৰণৰ মিছাইল ‘ৰেডি টু লঞ্চ’ কৰিছে ইৰাণে। যাতে যিকোনো পৰিস্থিতিত প্ৰতিহত আক্ৰমণ সম্ভৱ হয়।

ইৰাণৰ বিভিন্ন প্ৰান্তত ক্ষেপণাস্ত্ৰ সাজু কৰি ৰখাৰ খবৰ চৰকাৰী নিয়ন্ত্ৰিত সংবাদ মাধ্যম তেহৰাণ টাইমছে প্ৰকাশ কৰিছে। ‘ইৰাণ অৱজাৰ্ভাৰ’ নামৰ এক্স হেণ্ডেলৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। ইয়াত ইৰাণৰ মিছাইল অস্ত্ৰভাণ্ডাৰ দেখুওৱা হৈছে।

তেহৰাণ টাইমছে এক্সে হেণ্ডেল পোষ্টত লিখিছে, ‘তেহৰাণ টাইমছে লাভ কৰা তথ্য অনুসৰি ইৰাণে ভূগৰ্ভস্থ সামৰিক চহৰত লঞ্চাৰত মিছাইল লোড কৰিছে। আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে পাণ্ডোৰা বক্স খুলিবলৈ গৈ বিৰাট মূল্য ভৰিব লাগিব।’ তদুপৰি বিভিন্ন ভিডিঅ’ত বিভিন্ন ৰেঞ্জৰ ইৰাণৰ ক্ষেপণাস্ত্ৰ দেখুওৱা হৈছে। ইয়াৰ ভিতৰত খাইবাৰ শ্বেকান (৯০০ মাইল ৰেঞ্জ), হাজ কাছিম (৮৫০ মাইল ৰেঞ্জ), গাদৰ-এইচ (১২৪০ মাইল ৰেঞ্জ), চেজ্জিল (১৫৫০ মাইল ৰেঞ্জ) আৰু ইমাদ (১০৫০ মাইল ৰেঞ্জ) আছে।

ট্ৰাম্পে ইৰাণৰ ওপৰত পাৰমাণৱিক চুক্তিত উপনীত হ’বলৈ হেঁচা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। মধ্যপ্ৰাচ্যৰ এই ইছলামিক গণৰাজ্যই সেই প্ৰস্তাৱত সন্মত নহয়। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে ইয়াৰ পূৰ্বেও উল্লেখ কৰিছিল যে ইৰাণে এই বিষয়ত আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনাত নবহে।

⚡️BREAKING

Iran has unveiled perhaps its largest missile city ever that can destroy all US assets in the region

The new underground missile base houses thousands of precision-guided missiles such as Kheibar Shekan, Haj Qasem, Ghadr-H, Sejjil, Emad and others pic.twitter.com/QYR24ZN7TS

— Iran Observer (@IranObserver0) March 25, 2025

ইয়াৰ পিছত দেওবাৰে ট্ৰাম্পৰ কণ্ঠৰ পৰা কঠোৰ সকীয়নি শুনা যায়। দেওবাৰে এনবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে যদি ইৰাণে এই চুক্তিত সন্মতি নিদিয়ে তেন্তে আমি ইয়াত বোমা বৰ্ষণ কৰিব লাগিব। যদি তেওঁলোকে চুক্তি নকৰে তেন্তে মই আকৌ শুল্ক আৰোপ কৰিব পাৰো। ঠিক যিদৰে চাৰি বছৰ আগত কৰিছিলো।’ এনে পৰিস্থিতিত পুনৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অশান্ত হোৱাৰ আশংকা দেখা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd