• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অঘটন! ৱেষ্ট ইণ্ডিজৰ বিদায়; আয়াৰলেণ্ডৰ হাতত হাৰি টী-২০ বিশ্বকাপৰ পৰা বাহিৰ দুবাৰৰ চেম্পিয়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2022 4:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ireland beats West Indies by 9 wickets ৱেষ্ট ইণ্ডিজ টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। প্ৰাক্তন বিশ্ব চেম্পিয়ন দলটো আয়াৰলেণ্ডৰ হাতত পৰাজিত হৈছে। আয়াৰলেণ্ডে বিশ্বকাপৰ ছুপাৰ-১২ পৰ্যায়ত উপনীত হৈছে। কিন্তু কিহৰ বাবে দুবাৰৰ চেম্পিয়ন দলটো নতুন এটা দলৰ হাতত এইদৰে ধৰাশায়ী হ’বলগীয়া হ’ল তাকেলৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা চলিছে।

শুকুৰবাৰে ৱেষ্ট ইণ্ডিজ বনাম আয়াৰলেণ্ড মেচত প্ৰথমে বেটিং কৰি কেৰিবিয়ান দলটোৰ ইনিংছ মাত্ৰ ১৪৬ ৰাণত সমাপ্ত হয়। দলটোৰ বেটিং বিফলতাত কেৱল ব্ৰেণ্ডন কিংয়েহে সংগ্ৰাম চলায়। তেওঁ ৪৮ টা বলত ৬২ ৰাণ কৰি অপৰাজিত থাকে।

আনহাতে, আয়াৰলেণ্ডৰ বলাৰ গেৰেথ ডেলানিয়ে বলিঙত যাদু প্ৰদৰ্শন কৰে। তেওঁ মাত্ৰ ১৬ ৰাণত তিনিটা উইকেট লয়। ৰাণ অনুসৰণ কৰি আয়াৰলেণ্ডে কোনো সময়তে সমস্যাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল। তেওঁলোকে মাত্ৰ এটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰিছিল। পল ষ্টাৰ্লিংয়ে ইনিংছ আৰম্ভ কৰি ৬৬ ৰাণৰ ইনিংছ খেলে। লৰ্কেন টকাৰে তিনি নম্বৰত ৪৫ ৰাণৰ ইনিংছ খেলিছিল।

আয়াৰলেণ্ডে ২০২১ চনৰ টী-২০ বিশ্বকাপৰ ছুপাৰ-১২ ত স্থান লাভ কৰিব পৰা নাছিল। কিন্তু চলিত বিশ্বকাপত তেওঁলোকে দুবাৰৰ টী-২০ বিশ্ব চেম্পিয়নক নক আউট কৰিছে।

ৱেষ্ট ইণ্ডিজৰ প্ৰস্থানৰ পিছত ক্ৰিকেট অনুৰাগীসকলে সেই দেশৰ ক্ৰিকেট প্ৰশাসনক কাঠগড়াত তুলিছে। কিৰন প’লাৰ্ড, ডোৱেন ব্ৰাভো, আন্দ্ৰে ৰাছেলৰ দৰে ক্ৰিকেটাৰসকলে বিশ্বৰ আগশাৰীৰ টী-২০ লীগত খেলি আছে। কিন্তু তেওঁলোকৰ কোনেও টী-২০ বিশ্বকাপ দলত নাছিল।

ক্ৰিকেটাৰসকলে কিছুদিনৰ পৰা বিভিন্ন বিষয়ত দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সৈতে বিবাদত লিপ্ত হৈ আছে। সেইকাৰণে কেৰিবিয়ান তাৰকাসকলে দেশৰ হৈ ক্ৰিকেট খেলিবলৈ ইচ্ছুক নহয়।

ৱেষ্ট ইণ্ডিজে দলটোৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকলক বাদ দি টী-২০ বিশ্বকাপত খেলিবলৈ গৈছিল। তাতেই কেৰিবিয়ান শিবিৰে তীব্ৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হ’ল। নিকোলাছ পুৰাণৰ দলটোৱে প্ৰথম ৰাউণ্ড অতিক্ৰম কৰিব নোৱাৰিলে। তেওঁলোকে তুলনামূলকভাৱে দুৰ্বল দল এটাৰ বিৰুদ্ধে খেলাত ব্যৰ্থ হ’ল। এতিয়া ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ ভৱিষ্যতকলৈও প্ৰশ্ন উত্থাপিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd