• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 3:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলামিক ষ্টেট সন্ত্ৰাসবাদী দলৰ সদস্যসকলে মাজে মাজে ইৰাক আৰু চিৰিয়াত আক্ৰমণ চলায়। আই এছ গোটে পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ শাখা সংগঠনো স্থাপন কৰিছে। আইএছ বা ইয়াৰ সহযোগী সকলে পৃথিৱীৰ বহুতো দেশত সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰে। এনে কট্টৰ দলটোৰ নেতাজনৰ মৃত্যুৰ কথা ঘোষণা কৰা হৈছে। যুদ্ধত ইছলামিক ষ্টেট উগ্ৰপন্থী গোটৰ মুৰব্বী আবু হাছান আল-হাছিমি আল-কুৰাছি নিহত হোৱা বুলি কোৱা হৈছে। লগতে তেওঁৰ উত্তৰাধিকাৰীৰ নামো ঘোষণা কৰা হৈছে।

বুধবাৰে এক সংবাদ সংস্থাই প্ৰকাশ কৰে, “হাছিমী আল্লাৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধত নিহত হৈছে।” অৱশ্যে, কেতিয়া আৰু কি পৰিস্থিতিত হাছিমীৰ মৃত্যু হৈছে তাৰ সৱিশেষ জনা নাযায়। আইএছে বুধবাৰৰ দিনটোতে এটা অডিঅ’ বাৰ্তা মুকলি কৰিছে। বাৰ্তাটোত উগ্ৰপন্থী দলটোৰ মুৰব্বী হাছিমীৰ মৃত্যুৰ খবৰ দিয়া হৈছে। আবু আল-হুছেইন আল-হুছাইনি আল-কুৰাছিয়ে আই এছ গোটৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।

লগতে পঢ়ক: সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু

উল্লেখ্য যে হাছিমীক যোৱা মে’ মাহত তুৰস্কত গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, গ্ৰেপ্তাৰ কৰা ব্যক্তিজন আইএছৰ মুৰব্বী হাছিমী আছিল নে নাই তাক লৈ যথেষ্ট অস্পষ্টতা আছিল। এই বছৰৰ আৰম্ভণিতে উত্তৰ চিৰিয়াৰ ইদলিব প্ৰদেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত আই এছ গোটৰ প্ৰাক্তন মুৰব্বী আবু ইব্ৰাহিম আল-কুৰাছি নিহত হৈছিল। তেওঁৰ পূৰ্বসূৰী আবু বকৰ আল-বাগদাদীকো ২০১৯ চনৰ অক্টোবৰত ইদলিবত হত্যা কৰা হৈছিল।

মন কৰিকৰিব লগীয়া যে ‘কুৰাছি’ সম্প্ৰদায়ক হজৰত মহম্মদৰ বংশৰ এটা গোত্ৰ বুলি গণ্য কৰা হয়। এইকাৰণেই আইএছ গোটৰ মুৰব্বীসকলে নিজকে হজৰত মহম্মদৰ বংশধৰ বুলি দাবী কৰে।

লগতে পঢ়ক: মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ

২০১৪ চনত সন্ত্ৰাসবাদী দলটোৰ ইৰাক আৰু চিৰিয়াত আকস্মিকভাৱে আৱিৰ্ভাৱ ঘটিছিল। তেওঁলোকে দুয়োখন দেশৰ এক বৃহৎ এলেকা তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিছিল। অৱশ্যে, সেই আধিপাত্য বেছি দিন স্থায়ী নহ’ল। ২০১৭ চনত ইৰাকত নাটো, ৰাছিয়ান বাহিনী আৰু স্থানীয় প্ৰতিৰোধ বাহিনীৰ যৌথ আক্ৰমণৰ বিৰুদ্ধে আৰু দুবছৰ পিছত চিৰিয়াত আইএছ পৰাজিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd