• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 2:14 pm
প্ৰয়াত জিয়াং জেমিন। ফাইল ফটো।

প্ৰয়াত জিয়াং জেমিন। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Former China president Jiang Zemin dies চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। স্থানীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া ১২:১৩ বজাত তেওঁৰ গৃহ চহৰ ছাংহাইত লিউকেমিয়া আৰু একাধিক অংগ বিকল হোৱাৰ ফলত তেওঁৰ মৃত্যু হয় বুলি চীনা চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

চৰকাৰী বিবৃতিটোত জেমিনক “এজন উৎকৃষ্ট নেতা, অসামান্য মাৰ্ক্সবাদী, সমৰকলা বিশাৰদ, কূটনীতিবিদ আৰু দীৰ্ঘকালীন কমিউনিষ্ট যোদ্ধা” বুলি বৰ্ণনা কৰা হৈছে আৰু কোৱা হৈছে যে তেওঁৰ মৃত্যু “চীনা কমিউনিষ্ট পাৰ্টি, সেনা আৰু সকলো সম্প্ৰদায়ৰ লোকৰ বাবে এক অপূৰণীয় ক্ষতি”।

লগতে পঢ়ক: মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ

Apply Now

তিয়েনানমেন স্কোৱেৰৰ প্ৰতিবাদৰ পিছত জেমিনক অপ্ৰত্যাশিতভাৱে চীনা কমিউনিষ্ট পাৰ্টিৰ নেতা হিচাপে বাছনি কৰা হৈছিল। ১৯৮৯ চনত চীনে শক্তিশালী হাতেৰে চৰকাৰ বিৰোধী গণতন্ত্ৰপন্থী প্ৰতিবাদক দমন কৰি কূটনৈতিকভাৱে প্ৰায় বিচ্ছিন্ন হৈ পৰিছিল।

বিশেষজ্ঞসকলে ভাৱে যে দেশখনক সেই পৰিস্থিতিৰ পৰা উলিয়াই অনা আৰু বাহিৰৰ পৃথিৱীৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাত জেমিনৰ কৃতিত্ব  আছে। বিশেষকৈ আমেৰিকাৰ সৈতে সম্পৰ্ক কৰ্তন কৰা আৰু সংস্কাৰবাদী পদক্ষেপত ‘সমাজতান্ত্ৰিক বজাৰ অৰ্থনীতি’ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত। তেওঁৰ কাৰ্যকালতে ব্ৰিটেইনে হংকং আৰু পৰ্তুগাল মাকাউৰ কৰ্তৃত্ব চীনক প্ৰদান কৰিছিল। ২০০৮ চনত বেইজিং অলিম্পিকৰ দায়িত্বত জেমিনে মুখ্য ভূমিকা পালন কৰিছিল।

লগতে পঢ়ক: আন এক নিদৰ্শন দাঙি ধৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে: ইতিহাসত তৃতীয়বাৰৰ বাবে উচ্চতম ন্যায়ালয়ত সৰ্বমহিলা ন্যায়াধীশৰ বিচাৰপীঠ

জেমিন ১৯৯৬ চনত ভাৰতলৈ আহিছিল। ১৯৪৯ চনৰ পৰা চীনা কমিউনিষ্ট পাৰ্টিৰ শাসনকালত ভাৰত ভ্ৰমণ কৰা তেওঁ চীনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপ্ৰধান আছিল। এই ভ্ৰমণকালত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সৈতে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু আস্থা বৃদ্ধিৰ লক্ষ্যৰে শৃংখলাবদ্ধ পদক্ষেপ লোৱাৰ বাবে এক দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd