• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইশান্ত শৰ্মাৰ চমক; এছিয়াৰ বাহিৰত শ্ৰেষ্ঠ ফাষ্ট বলাৰ হিচাপে পৰিগণিত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2019 9:40 am
2_090119110822
5.1k
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ টেষ্টত বিশেষজ্ঞ ফাষ্ট বলাৰ ইশান্ত শৰ্মাই আজি ২ ছেপ্টেম্বৰত ৩১ বছৰত ভৰি দিলে।

ভাৰতীয় ক্ৰিকেট দলৰ চলিত শৃংখলাত তেওঁ এগৰাকী অভিজ্ঞ বলাৰ হিচাপে অন্তৰ্ভুক্ত হৈছে।

ইশান্তে তেওঁৰ জন্মদিনৰ ঠিক এদিন পূৰ্বে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে জামাইকা টেষ্টত এক ডাঙৰ অভিলেখ তেওঁৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হ’ল।

ইশান্তে প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেবৰ এক ডাঙৰ অভিলেখ ভংগ কৰে।

ইশান্ত শৰ্মাই এছিয়াৰ বাহিৰত আটাইতকৈ অধিক টেষ্ট উইকেট দখল কৰা খেলুৱৈৰ ক্ষেত্ৰত কপিল দেবক অতিক্ৰম কৰে।

এতিয়া এছিয়াৰ বাহিৰত টেষ্ট ক্ৰিকেটত ইশান্তৰ উইকেটৰ সংখ্যা হ’লগৈ ১৫৬ টা। এইদৰে ইশান্ত এছিয়াৰ বাহিৰত টেষ্টত সৰ্বাধিক উইকেট দখল কৰা ফাষ্ট বলাৰ হিচাপে পৰিগণিত হ’ল।

কপিল দেবে এছিয়াৰ বাহিৰত ৪৫ খন টেষ্টত ১৫৫টা উইকেট দখল কৰিছিল।

এছিয়াৰ বাহিৰত সামগ্ৰিকভাৱে সৰ্বাধিক টেষ্ট উইকেট দখল কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত আছে অনিল কুম্বলে। তেওঁ ২০০ টা উইকেট দখল কৰি শীৰ্ষ স্থানত আছে যদিও তেওঁ এগৰাকী লেগ স্পীনাৰ আছিল।

এছিয়াৰ বাহিৰত সামগ্ৰিকভাৱে সৰ্বাধিক টেষ্ট উইকেট দখল কৰা ফাষ্ট বলাৰৰ ভিতৰত জাহিৰ খানৰ স্থান ইশান্ত শৰ্মা আৰু কপিল দেবৰ পাছতেই আছে।

জাহিৰ খানে এছিয়াৰ বাহিৰত ৩৮খন টেষ্টত ১৪৭টা উইকেট দখল কৰিছিল।

ইশান্তৰ কাৰণে জামাইকা টেষ্ট অত্যন্ত সুখকৰ হিচাপে পৰিগণিত হৈছে। তেওঁ প্ৰথম ইনিংছত বেটিঙত ৫৭ ৰাণৰ ইনিংছ খেলি টেষ্ট কেৰিয়াৰৰ প্ৰথমটো অৰ্দ্ধশতক অৰ্জন কৰে।

ইশান্ত শৰ্মাই ১৯৮৮ চনৰ ২ ছেপ্টেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰে। ২০০৬-০৭ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মাত্ৰ ১৮ বছৰ বয়সত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল ইশান্তে।

ইশান্তে ২০১৬ৰ ১০ ডিচেম্বৰ ভাৰতীয় মহিলা বাস্কেটবল দলৰ খেলুৱৈ প্ৰতিমা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd