• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইশান্ত শৰ্মাৰ চমক; এছিয়াৰ বাহিৰত শ্ৰেষ্ঠ ফাষ্ট বলাৰ হিচাপে পৰিগণিত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2019 9:40 am
2_090119110822
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীম ইণ্ডিয়াৰ টেষ্টত বিশেষজ্ঞ ফাষ্ট বলাৰ ইশান্ত শৰ্মাই আজি ২ ছেপ্টেম্বৰত ৩১ বছৰত ভৰি দিলে।

ভাৰতীয় ক্ৰিকেট দলৰ চলিত শৃংখলাত তেওঁ এগৰাকী অভিজ্ঞ বলাৰ হিচাপে অন্তৰ্ভুক্ত হৈছে।

Apply Now

ইশান্তে তেওঁৰ জন্মদিনৰ ঠিক এদিন পূৰ্বে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে জামাইকা টেষ্টত এক ডাঙৰ অভিলেখ তেওঁৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হ’ল।

ইশান্তে প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেবৰ এক ডাঙৰ অভিলেখ ভংগ কৰে।

ইশান্ত শৰ্মাই এছিয়াৰ বাহিৰত আটাইতকৈ অধিক টেষ্ট উইকেট দখল কৰা খেলুৱৈৰ ক্ষেত্ৰত কপিল দেবক অতিক্ৰম কৰে।

এতিয়া এছিয়াৰ বাহিৰত টেষ্ট ক্ৰিকেটত ইশান্তৰ উইকেটৰ সংখ্যা হ’লগৈ ১৫৬ টা। এইদৰে ইশান্ত এছিয়াৰ বাহিৰত টেষ্টত সৰ্বাধিক উইকেট দখল কৰা ফাষ্ট বলাৰ হিচাপে পৰিগণিত হ’ল।

কপিল দেবে এছিয়াৰ বাহিৰত ৪৫ খন টেষ্টত ১৫৫টা উইকেট দখল কৰিছিল।

এছিয়াৰ বাহিৰত সামগ্ৰিকভাৱে সৰ্বাধিক টেষ্ট উইকেট দখল কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত আছে অনিল কুম্বলে। তেওঁ ২০০ টা উইকেট দখল কৰি শীৰ্ষ স্থানত আছে যদিও তেওঁ এগৰাকী লেগ স্পীনাৰ আছিল।

এছিয়াৰ বাহিৰত সামগ্ৰিকভাৱে সৰ্বাধিক টেষ্ট উইকেট দখল কৰা ফাষ্ট বলাৰৰ ভিতৰত জাহিৰ খানৰ স্থান ইশান্ত শৰ্মা আৰু কপিল দেবৰ পাছতেই আছে।

জাহিৰ খানে এছিয়াৰ বাহিৰত ৩৮খন টেষ্টত ১৪৭টা উইকেট দখল কৰিছিল।

ইশান্তৰ কাৰণে জামাইকা টেষ্ট অত্যন্ত সুখকৰ হিচাপে পৰিগণিত হৈছে। তেওঁ প্ৰথম ইনিংছত বেটিঙত ৫৭ ৰাণৰ ইনিংছ খেলি টেষ্ট কেৰিয়াৰৰ প্ৰথমটো অৰ্দ্ধশতক অৰ্জন কৰে।

ইশান্ত শৰ্মাই ১৯৮৮ চনৰ ২ ছেপ্টেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰে। ২০০৬-০৭ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মাত্ৰ ১৮ বছৰ বয়সত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল ইশান্তে।

ইশান্তে ২০১৬ৰ ১০ ডিচেম্বৰ ভাৰতীয় মহিলা বাস্কেটবল দলৰ খেলুৱৈ প্ৰতিমা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd