• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ ঈশান্ত শৰ্মা, ১১ ডিচেম্বৰত ৰোহিত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সবাটোকৈ অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মাই আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত নোপোৱাত তেওঁক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তক টেষ্ট মেচৰ শৃংখলাৰ পৰা বাদ দিয়া হৈছে।

আনহাতে হেমষ্ট্ৰিঙত ভোগী থকা ৰোহিত শৰ্মা সন্দৰ্ভত অহা ১১ ডিচেম্বৰত শেষ সিদ্ধান্ত গ্রহণ করা হ’ব। বি চি চি আইৰ সচিব জয় শ্বাহে বৃহস্পতিবাৰে এই কথা কয়।

নিশা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে অনলাইনযোগে আলোচনা কৰাৰ পিছতে বি চি চি আইয়ে ক্ৰিকেটাৰ দুগৰাকীৰ স্বাস্থ্য সম্বন্ধত এই আপডেট জাৰি কৰে।

কোহলীয়ে এই সমগ্ৰ বিষয়টোত স্পষ্টতাৰ অভাৱ বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰে।

ৰোহিতে ৰিদ্ধিমান সাহাৰ সৈতে কিয় অষ্ট্ৰেলিয়াত আহি আঘাতৰ ওপৰত কাম নকৰিলে বুলি কোহলীয়ে কৰা প্ৰশ্নৰ উত্তৰত শ্বাহে কয় যে হোৱাইট বলৰ উপ-অধিনায়ক গৰাকীয়ে আই পি এলৰ পিছত তেওঁৰ ৰুগীয়া পিতৃৰ সৈতে উপস্থিত থাকিবলৈ দেশলৈ উভতি আহিছে, যাৰ পিছত তেওঁ এন চি এলৈ গৈছে।

‘ৰোহিত শর্মাই আই পি এলৰ পিছত তেওঁৰ ৰুগীয়া পিতৃৰ সৈতে উপস্থিত থাকিবলৈ মুম্বাইলৈ উভতি আহিব লগা হৈছিল। তেওঁৰ পিতৃ এতিয়া ভালদৰে আৰোগ্য হৈছে আৰু যাৰ বাবে তেওঁ বৰ্তমান এন চি এত অনুশীলন চলাই আছে’, শ্বাহে কয়।

শ্বাহে লগতে কয়, ‘তেওঁ (ৰোহিত) বৰ্তমান এন চি এত আঘাতৰ ওপৰত কাম কৰি আছে। ৰোহিত শর্মাৰ পৰৱৰ্তী মূল্যায়ন ১১ ডিচেম্বৰত কৰা হ’ব যাৰ পিছত অষ্ট্ৰেলিয়াত আগন্তক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিত তেওঁৰ অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব’।

উল্লেখ্য যে শ্বাহে জানিব দিয়া মতে ঈশান্ত শৰ্মাই আঘাতৰ পৰা সুস্থ হৈ উঠিছে যদিও মেচ ফিটনেছ প্ৰাপ্ত কৰিবলৈ তেওঁক আৰু অধিক সময় লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd