• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চন্দ্ৰযান-৫য়ে কঢ়িয়াই নিব ২৫০ কেজিৰ ৰোভাৰ, কেন্দ্ৰই দিছে অনুমতি; কেতিয়া কৰা হ’ব উৎক্ষেপণ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 2:32 pm
106
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰত কি আছে? সেয়া জানিবলৈ কৌতুহলী বিজ্ঞানীসকল। মহাকাশ গৱেষণা সংস্থাই কৌতুহল নিবাৰণৰ কামো অব্যাহত ৰাখিছে। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰোৱে এটা এটাকৈ চন্দ্ৰলৈ চন্দ্ৰযান প্ৰেৰণ কৰিছে। এই সফলতাৰ শৃংখলাত আটাইতকৈ উল্লেখযোগ্য হৈছে চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ইছৰ’ই চন্দ্ৰযান-৪ৰ পৰিকল্পনা কৰিছে।

অনুমোদনও দিছে কেন্দ্ৰই। এইবাৰ পৰিকল্পনা চন্দ্ৰযান-৫ৰ বাবে। ইছৰোৱে জনাইছে যে কেন্দ্ৰই চন্দ্ৰযান-৫ৰ বাবেও অনুমতি দিছে। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কেন্দ্ৰৰ ক্লিয়াৰেন্সৰ কথা ঘোষণা কৰে। ভাৰতে জাপানৰ সহযোগত চন্দ্ৰযান-৫ৰ কাম কৰিব। মূল লক্ষ্য হৈছে চন্দ্ৰৰ পৃষ্ঠত গৱেষণা কৰা।

যদিও চন্দ্ৰযান-৫ উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰা হোৱা নাই, তথাপিও প্ৰথমতে ধাৰণা কৰা হৈছে যে ইছৰ’ই ২০২৭ চনত চন্দ্ৰযান-৪ উৎক্ষেপণ কৰিব পাৰে।

ৰোভাৰৰ ক্ষেত্ৰতো চন্দ্ৰযান-৫ৰ বাবে চমক আছে। চন্দ্ৰযান-৩ৰ ৰোভাৰ প্ৰজ্ঞানখনৰ ওজন আছিল ২৫ কিলোগ্ৰাম। জনা যায় যে চন্দ্ৰযান-৫ৰ ৰোভাৰৰ ওজন পূৰ্বৰ ৰোভাৰতকৈ ১০ গুণ বেছি হ’ব। অৰ্থাৎ ২৫০ কেজি।

মন কৰিবলগীয়া যে ২০০৮ চনত চন্দ্ৰযান-১ উৎক্ষেপণ কৰা হৈছিল। ২০১৯ চনত উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-২। সেইদৰে ২০২৩ চনত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হয়।

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd