DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ মহাকাশলৈ প্ৰেৰণ মোডীৰ ফটো, ইছৰোৰ আমাজনীয়া-১ৰ সফল নিক্ষেপণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 3:23 pm
178
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ইছৰো)ৱে দেওবাৰে ব্ৰাজিলৰ আমাজনীয়া-১ ছেটেলাইটটো সফলভাৱে নিক্ষেপণ কৰিছে। ইয়াৰ লগতে ইছৰোৱে নিজাকৈও ১৮টাকৈ ছেটেলাইট নিক্ষেপ কৰে।

ইয়াৰে চেটেলাইট- সতীশ ধাৱান চেটেলাইটত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো খোদিত কৰা হৈছে। ছেটেলাইটটো প্ৰস্তুত কৰিছে চেন্নাইৰ স্পেচ কিডছ ইণ্ডিয়াই।

‘‘ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি আৰু স্পেচ প্ৰাইভেটাইজেচনৰ প্ৰতি একাত্মীয়তা আৰু কৃতজ্ঞতা প্ৰদৰ্শন কৰা হৈছে।’’ স্পেচ কিড ইণ্ডিয়াই কয়।

প্ৰধানমন্ত্ৰীৰ ছৱিৰ উপৰিও ছেটেলাইটটোৱে এটা এছডি কাৰ্ডত ভাগৱত গীতাও মহাকাশলৈ কঢ়িয়াই নিছে।

ইছৰোৰ এই মিছনটো মূলতঃ ব্ৰাজিলৰ ৬৩৭ কিলোগ্ৰাম ওজনৰ আমাজনীয়া-১ ছেটেলাইটটো মহাকাশলৈ নিক্ষেপ কৰিবলৈকে লোৱা হৈছিল। উল্লেখযোগ্য যে ভাৰতৰ পৰা পঠোৱা ব্ৰাজিলৰ এইটো প্ৰথমটো ছেটেলাইট।

আমাজনীয়া-১য়ে আমাজন অভয়াৰণ্যৰ নিৰ্বনানীকৰণ আৰু ব্ৰাজিলৰ কৃষিভূমিৰ বৈচিত্ৰতাৰ বিষয়ে বিশ্লেষণাত্মক তথ্য আগবঢ়াব বুলি ইছৰোৱে আশা প্ৰকাশ কৰিছে।

ইছৰোৰ সচিবপ্ৰধান কে ছিভানে আমাজনীয়া-১ৰ স’তে জড়িত ব্ৰাজিলৰ টীমটোক অভিনন্দন জ্ঞাপন কৰিছে।

Congratulations President @jairbolsonaro on the successful launch of Brazil’s Amazonia-1 satellite by PSLV-C51. This is a historic moment in our space cooperation and my felicitations to the scientists of Brazil. @isro

— Narendra Modi (@narendramodi) February 28, 2021

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছনাৰোলে টুইটাৰত পঠোৱা এটা অভিনন্দন বাৰ্তাত কয় যে স্পেছ ক’অপাৰেচনৰ ক্ষেত্ৰত এয়া এক ইতিহাসপ্ৰসিদ্ধ পদক্ষেপ।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd