• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৱ হ’ব চন্দ্ৰত যেন আপুনি থিয় হৈ আছে! ইছৰোই প্ৰকাশ কৰিলে 3D ছবি; চালে জুৰ পৰি যাব চকু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2023 12:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছৰ’ই চন্দ্ৰৰ 3D ছবি মুকলি কৰিছে। এই মনোমোহা ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে দেশজুৰি এক উন্মাদনাৰ সৃষ্টি হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰৰ এখন 3D ছবি প্ৰকাশ কৰিছে। প্ৰজ্ঞান ৰ’ভাৰত লগাই ৰখা কেমেৰাৰ পৰা লোৱা হৈছে এই ছবিখন । ছবিখন পোষ্ট কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ইছৰোৱে মঙলবাৰে নিজৰ টুইটাৰ হেণ্ডেলত চন্দ্ৰ পৃষ্ঠৰ 3D ছবি শ্বেয়াৰ কৰে। প্ৰজ্ঞান ৰ’ভাৰৰ সহায়ত ‘এনাগ্লিফ’ কৌশল ব্যৱহাৰ কৰি ছবিখন তোলা হৈছিল। এই ছবিখন এনাগ্লিফ নেভিকেম ষ্টেৰিঅ’ ইমেজ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে, য’ত প্ৰজ্ঞান ৰ’ভাৰে লোৱা বাওঁফালৰ আৰু সোঁফালৰ দুয়োটা ছবি অন্তৰ্ভুক্ত হৈছে।

লগতে পঢ়ক: দেশজুৰি চৰম উন্মাদনা, কিন্তু ৰাজধানীৰ এই হলবোৰত দেখা নাযাব শ্বাহৰুখৰ জোৱান! কাৰণ?

ইছৰোৱে মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত নিজৰ টুইটাৰ হেণ্ডেলত চন্দ্ৰৰ 3D ছবি শ্বেয়াৰ কৰে। এই ছবিখন শ্বেয়াৰ কৰি ইছৰোৱে কয় যে এই ছবিখন এনাগ্লিফ নেভকেম ষ্টেৰিঅ’ ইমেজ ব্যৱহাৰ কৰি তোলা হৈছে।

ইছৰোৱে ব্যাখ্যা কৰে যে এনাগ্লিফ হৈছে ষ্টেৰিঅ’ বা মাল্টি-ভিউ ইমেজৰ পৰা তিনিটা মাত্ৰাত লোৱা কোনো বস্তু বা ভূখণ্ডৰ সৰলীকৃত দৃশ্য।

লগতে পঢ়ক: পুৰুষৰ কাণ্ড! চৰিত্ৰত সন্দেহ কৰি এজন লোকে কুঁৱাত ওলোমাই ৰাখিলে পত্নীক

ইছৰোৱে লগতে কয় যে এই ছবিখন 3D চশমাৰ জৰিয়তে চালে অধিক সুন্দৰ দেখা যাব। এই দৃশ্যই আপোনাক চন্দ্ৰত থিয় হৈ থকাৰ দৰে অনুভৱ কৰাব।

Chandrayaan-3 Mission:

Anaglyph is a simple visualization of the object or terrain in three dimensions from stereo or multi-view images.

The Anaglyph presented here is created using NavCam Stereo Images, which consist of both a left and right image captured onboard the Pragyan… pic.twitter.com/T8ksnvrovA

— ISRO (@isro) September 5, 2023

মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ইছৰোৱে নিজৰ টুইটাৰ হেণ্ডেলত এই ছবি শ্বেয়াৰ কৰাৰ পিছত এতিয়ালৈকে ১১ লাখ লোকে ছবিখন চাই লাইক কৰিছে। এই বিৰল ছবিখন দেখাৰ পিছত ইছৰোৰ প্ৰশংসাৰে ভৰি পৰিছে।

এজন ইউজাৰে লিখিছে যে ইছৰো ভাৰতৰ গৌৰৱ। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে ‘এই দৃশ্য সঁচাকৈয়ে আচৰিত’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd