• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপ্ৰতিৰোধ্য ISRO! ভাৰতে ৰচনা কৰিলে ইতিহাস; চূড়ান্ত কক্ষপথত বহি আদিত্য এল ১ ৰ সূৰ্য নমস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2024 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰৰ পিছত এইবাৰ সূৰ্যৰ ওপৰত ভাৰতৰ জয়। উথলি উঠিছে দেশবাসীৰ আৱেগ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে দেশৰ প্ৰথম মহাকাশ ভিত্তিক অভিযান ‘আদিত্য এল ১’ মহাকাশযানখন পৃথিৱীৰ পৰা প্ৰায় ১.৫ লাখ কিলোমিটাৰ দূৰত্বত চূড়ান্ত গন্তব্য কক্ষপথত সূৰ্য্যৰ অধ্যয়নৰ বাবে স্থাপন কৰে।

এই মহাকাশযানখনে পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী ব্যৱস্থাৰ লেগ্ৰেঞ্জ পইণ্ট 1t (L1)ৰ চাৰিওফালে এটা হেলো কক্ষপথত উপনীত হয়। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মুঠ দূৰত্বৰ প্ৰায় এক শতাংশ এই L1 বিন্দু।

ইছৰোৰ বিষয়াসকলে জনোৱা মতে, ‘এল ১ পইণ্ট’ৰ চাৰিওফালে হেলো কক্ষপথত থকা উপগ্ৰহৰ পৰা সূৰ্য্যক অবিৰতভাৱে দেখা যায়। ইয়াৰ দ্বাৰা সৌৰ কাৰ্যকলাপ আৰু বাস্তৱ সময়ত মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰীক্ষণ কৰাটো বহুত সহজ হ’ব।‘

লগতে পঢ়কঃ নিশাৰ ভিতৰতে সন্ধান ওলাল ২৬ গৰাকী নিৰুদ্দিষ্ট কিশোৰীৰ; চহৰৰ বিভিন্ন প্ৰান্তত কি কৰি আছিল? তদন্তত আৰক্ষী

লেগ্ৰেঞ্জ পইণ্ট’ হৈছে সেই অঞ্চল য’ত পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মাধ্যাকৰ্ষণ শক্তি নিষ্ক্ৰিয় হৈ পৰে। হেলো কক্ষপথ হৈছে L1, L2 বা L3 ‘লেগ্ৰেঞ্জ বিন্দু’ৰ এটাৰ চাৰিওফালে থকা এটা পৰ্যায়ক্ৰমিক ত্ৰিমাত্ৰিক কক্ষপথ।

শুকুৰবাৰে ইছৰোৰ এজন বিষয়াই জানিবলৈ দিছিল, “শনিবাৰে বিয়লি প্ৰায় ৪ বজাৰ দিশে এল ১ৰ আশে-পাশে আদিত্য এল ১ক হেলো কক্ষপথত ৰখা হ’ব। যদি আমি সেইটো নকৰোঁ তেন্তে ই হয়তো সূৰ্য্যৰ ফালে যাত্ৰা অব্যাহত ৰাখিব।” সেই অনুসৰি  শনিবাৰে ঠিক ৪ বজাত ইয়াক কক্ষপথত স্থাপন কৰা হয়।

PSLV-য়ে আদিত্য-এল১ক ৬৩ মিনিট ২০ ছেকেণ্ডৰ উৰণৰ অন্তত পৃথিৱীৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষপথত স্থাপন কৰে। উল্লেখযোগ্য যে ইছৰোৰ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (পিএছএলভি-চি৫৭)য়ে ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) দ্বিতীয়টো লঞ্চ পেডৰ পৰা আদিত্য-এল১ সফলতাৰে উৎক্ষেপণ কৰে।

Greetings from Aditya-L1!

I've safely arrived at Lagrange Point L1, 1.5 million km from my home planet. 🌍Excited to be far away, yet intimately connected to unravel the solar mysteries #ISRO pic.twitter.com/BCudJgTmMN

— ISRO ADITYA-L1 (@ISRO_ADITYAL1) January 6, 2024

ইছৰোৰ বিষয়াগৰাকীয়ে জনাইছিল যে মহাকাশযানখনে বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হৈ পৃথিৱীৰ ইমপেক্ট ৰিং এৰাই চলি সূৰ্য্য-পৃথিৱীৰ ‘লেগ্ৰেঞ্জ পইণ্ট ১’ (এল১)ৰ দিশে আগবাঢ়িছিল। ‘আদিত্য এল ১’ সৌৰ ক’ৰ’নাৰ দূৰৱৰ্তী পৰ্যবেক্ষণৰ বাবে আৰু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত ‘এল ১’ (সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু)ত সৌৰ বতাহৰ প্ৰকৃত পৰ্যবেক্ষণ কৰিবলৈ ডিজাইন কৰা হৈছে।

𝐈𝐧𝐝𝐢𝐚, 𝐈 𝐝𝐢𝐝 𝐢𝐭. 𝐈 𝐡𝐚𝐯𝐞 𝐫𝐞𝐚𝐜𝐡𝐞𝐝 𝐭𝐨 𝐦𝐲 𝐝𝐞𝐬𝐭𝐢𝐧𝐚𝐭𝐢𝐨𝐧!

Aditya-L1 has successfully entered the Halo orbit around the L1 point.#ISRO #AdityaL1Mission #AdityaL1 pic.twitter.com/6gwgz7XZQx

— ISRO InSight (@ISROSight) January 6, 2024

এই সৌৰ অভিযানৰ মূল উদ্দেশ্য হৈছে সৌৰ বায়ুমণ্ডলৰ গতিশীলতা, সূৰ্য্যৰ বায়ুমণ্ডলৰ উত্তাপ, সূৰ্য্যৰ পৃষ্ঠত সৌৰ ভূমিকম্প বা ‘ক’ৰ’নেল মাছ ইজেকচন’ (CMEs), সৌৰ জ্বলন্ত কাৰ্যকলাপ আৰু ইয়াৰ বৈশিষ্ট্য, আৰু পৃথিৱীৰ নিকতৱৰ্তী স্থানৰ বতৰ বিষয়ক সমস্যাৰ অন্বেষণ কৰা। আদিত্য এল ১ৰ সফলতাৰ লগে লগে সূৰ্য্যৰ সকলো ৰহস্য বিশ্ববাসীয়ে জানিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

September 6, 2025 8:11 pm
ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

September 6, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd