• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমালয়ৰ বাগৰি অহা শিল ভেটি অমৰনাথ যাত্ৰীক সুৰক্ষা আই টি বি পি জোৱানৰ ||Video

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2019 8:47 pm
ITBP personnels shield Amarnath yatrees from shooting stones || Viral video

সুৰক্ষাৰ দেৱাল গঢ়ি থিয় দি থকা আই টি বি পিৰ জোৱান। ছবি সৌজন্য-- ITBP

1.7k
VIEWS
Share on FacebookShare on Twitter

তুষাৰ শুভ্ৰ হিমালয়ৰ বাগৰি অহা শিল ভেটি আই টি বি পিৰ জোৱানে চলিত অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ দলক আগুৱাই নিয়া দৃশ্যৰ এটা ভিডিঅ’ই দেশজুৰি চৰ্চা লাভ কৰিছে।

ভিডিঅ’টোত অমৰনাথগামী বাল্তাল পথৰ গান্দেৰবালত এটা অতি ওখ জলপ্ৰপাতৰ পৰা শিল বাগৰি অহা দেখা গৈছে। ভিডিঅ’টোৰ প্ৰচাৰিত হোৱাৰ পিছৰে পৰা অসংখ্য লোকে চ’চিয়েল মিডিয়াত ইয়াক চেয়াৰ কৰাৰ লগতে জোৱানসকলৰ কষ্টৰ প্ৰশংসা কৰা দেখা গৈছে।

ITBP personnel braving shooting stones at a snow slope by placing Shield wall to ensure safe passage of #Amarnath Yatris on Baltal route.#Himveers pic.twitter.com/fVSIYEzn8x

— ITBP (@ITBP_official) July 4, 2019

বালতালকে ধৰি দুটা দুৰ্গম পথেৰে অমৰনাথ যাত্ৰীসকলে যাত্ৰা কৰে। ১৪ কিঃ মিঃ দীঘল বালতাল পথচোৱা চমু হোৱাৰ বিপৰীতে মূল পৰম্পৰাগত পথটো হৈছে অনন্তনাগৰ ৩৬ কিঃ মিঃ দীঘল পেহেলগাম পথ।

ITBP personnel guarding the moving yatries from shooting stones on a foot bridge from a high altitude waterfall point on Baltal route of #AmarnathYatra pic.twitter.com/LkOsthMnXN

— ITBP (@ITBP_official) July 5, 2019

১ জুলাইৰ পৰা কঠোৰ নিৰাপত্তাৰ মাজত আৰম্ভ হোৱা তীৰ্থযাত্ৰাটোত আই টি বি পিৰ জোৱানসকলে অশেষ কষ্টৰে যাত্ৰীসকলক সেৱা আগবঢ়াইছে।

কোনোবাৰত জোৱানসকলে যদি অসুস্থ কোনোবা যাত্ৰীক পিঠিত লৈ গৈছে, আন কোনোবাৰত আকৌ ঔষধ বা অক্সিজেন মুখা লগাই যাত্ৰীক চিকিৎসা আগবঢ়াইছে।

Security and care…

ITBP troops helping a woman yatri on Baltal route.#AmarnathYatra pic.twitter.com/r5WjdYSs9B

— ITBP (@ITBP_official) July 1, 2019

চলিত অমৰনাথ যাত্ৰা অহা ১৫ আগষ্টত সামৰণি পৰিব।

ITBP personnel administering oxygen to pilgrims who were feeling breathlessness on #AmarnathYatra Baltal route#Himveers pic.twitter.com/bjFrtjTsDn

— ITBP (@ITBP_official) July 4, 2019

কাশ্মীৰৰ ৩৮৮০ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথ গুহা দৰ্শনৰ বাবে প্ৰতি বছৰে কেইবা হাজাৰ তীৰ্থযাত্ৰীৰ সমাগম হয়।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd