• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰৰ খনি দুৰ্ঘটনা: ৰত্নৰ ভাণ্ডাৰ কাচিনত নাই কিয় চৰকাৰৰ নিয়ন্ত্ৰণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 7:38 pm
merlin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাচিন। ম্যানমাৰৰ এই ঠাই খনৰ নামটো বহুতৰে বাবে চিনাকি নাম।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহৰ মক্কা স্বৰুপ কাচিনৰ পৰিচয় কেৱল সন্ত্ৰাসমূলক কৰ্ম কাণ্ডতেই সীমাৱদ্ধ হৈ থকা নাই।

কাচিনৰ আছে আন এক পৰিচয়ো। যি পৰিচয়ৰ বাবে কাচিন বিশ্ব বিখ্যাত।

য়াংগুনৰ পৰা প্ৰায় ৯৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত কাচিনৰ ভূগৰ্ভত সঞ্চিত হৈ আছে মহা মূল্যৱান ৰত্ন।

ম্যানমাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ আধা অংশই আহে কাচিনৰ ৰত্ন ভাণ্ডাৰৰ পৰা।

কাচিনৰ ভূগৰ্ভত থকা জেড নামৰ ৰত্ন বিধৰ আদৰ বিশ্বজোৰা।

সেউজীয়া বৰণৰ এই ৰত্ন অলংকাৰত ব্যৱহাৰ কৰা হ’য়।

কিছুদিন পূৰ্বে কাচিন প্ৰদেশৰ কাপান্ত নামৰ অঞ্চলত থকা এটা জেড খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু ঘটিছিল ১৭৪ জন লোকৰ। পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে উটুৱাই নিছিল বহু লোকক।

ম্যানমাৰৰ ৰত্ন ভাণ্ডাৰ কাচিনৰ ওপৰত পিছে ম্যানমাৰ চৰকাৰৰ নাই কোনো বিশেষ নিয়ন্ত্ৰণ।

১৯৬২ চনৰ পৰাই প্ৰায় ৫০ বছৰ ধৰি জুন্টাৰ দখলত থকা ম্যানমাৰক বিশ্বই নিষিদ্ধ কৰিছিল।

২০১১ চনত সামৰিক শাসক ইউ থেই ছেনে ম্যানমাৰৰ শাসনৰ ভাৰ লোৱাৰ পিছত দেশখনৰ প্ৰাকৃতিক সম্পদৰ কৰ্ষণ আৰু বিপণনত গুৰুত্ব দিছিল।

কিন্তু বিদ্ৰোহীৰ নিয়ন্ত্ৰণত থকা কাচিনত চৰকাৰে বিশেষ প্ৰভূত্ব বিস্তাৰ কৰিব নোৱাৰিলে।

২০১৬ চনত দেশখনত ৰাজনৈতিক পট পৰিবৰ্তন ঘটি আং চান ছ্যু কী নেতৃত্বাধীন নেচনেল লীগ ফৰ ডেম’ক্ৰেচিয়ে শাসন ভাৰ গ্ৰহণ কৰে যদিও সংসদত এতিয়াও ২৫ শতাংশ সামৰিক শাসনৰ সমৰ্থক থকাত চ্যু কীয়েও কাচিনৰ ওপৰত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰাত ব্যৰ্থ হৈছে।

ফলত সঠিক প্ৰশাসনিক নিয়ন্ত্ৰণৰ অভাৱত কাচিনৰ ৰত্নৰ খনি সমূহত প্ৰায়ে কুকুৰ-মেকুৰীৰ দৰে মৃত্যু ঘটি আহিছে বহু লোকৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd