• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যেতিয়া সংকটত পৰিছিল অমিতাভ অভিনীত ছবি, কেনেদৰে সহায় কৰিছিল অৰুণ জেটলীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2019 2:35 pm
jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পাছত শনিবাৰে ৬৬ বছৰ বয়সত  পৰলোকপ্ৰাপ্তি ঘটে।

জেটলীৰ মৃত্যুত সমগ্ৰ দেশ শোকস্তব্ধ হৈ পৰিছে। বলীউদৰ বহু তাৰকাই নেতাগৰাকীক সজল নয়নেৰে শ্ৰদ্ধাঞ্জলি জনায়।

জেটলীৰ স্মৃতি সুঁৱৰি বলীউদৰ প্ৰযোজক শীতল তলৱাৰে তেওঁৰ সৈতে থকা কিছু বিষেষ স্মৃতিৰ কথা সোঁৱৰে।

তেওঁলোকৰ ছবি ‘ৰণ’ৰ বাবে কেনেদৰে জেটলীয়ে আদালতত যুঁজ দিছিল সেয়া সদৰী কৰে। ছবিখনৰ নায়ক আছিল অমিতাভ বচ্চন।

শীতল তলৱাৰে অৰুণ জেটলী সম্পৰ্কত ক’বলৈ গৈ সাক্ষাৎকাৰত উল্লেখ কৰে যে ‘ৰণ’ৰ প্ৰথম প্ৰম’ মুকলি হোৱাৰ সময়তে ৰামগোপাল বাৰ্মা বিতৰ্কত সোমাই পৰিছিল।

ইয়াৰ কাৰণ আছিল প্ৰম’টোৰ প্ৰথমতে অহা গানটো। গানটোৰ গীতাংশ ৰাষ্ট্ৰীয় সংগীতত সলনি কৰি ‘জন গণ ৰণ’ লিখা হৈছিল।

গানটোৰ সুৰো ৰাষ্ট্ৰীয় সংগীতৰ দৰে ৰখা হৈছিল। এই প্ৰম’টো অহাৰ পাছতে ছেন্সৰ বোৰ্ডে পৰিচালকগৰাকীক নিষিদ্ধ কৰিছিল।

সেই সময়তে ছবিখনৰ কাৰণে প্ৰযোজক গোষ্ঠীয়ে অৰুণ জেটলীৰ সৈতে কথা পাতিছিল। তলৱাৰ আৰু ৰামগোপাল বাৰ্মাই বৃত্তিগত পৰামৰ্শ বিচাৰি জেটলীৰ ওচৰলৈ গৈছিল।

জেটলীয়ে পলকতে তেওঁলোকৰ গোচৰটো ল’লে আৰু ক’লে, ‘’আগলৈ গৈ কি হয় মই ক’ব নোৱাৰিম, কিন্তু মই মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিম। আপোনালোকৰ প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ আছে।‘’

শীতল তলৱাৰে কয়,’’জেটলীয়ে এজন শিল্পীৰ সৃজনীমূলক স্বাধীনতাৰ পূৰ্ণ সমৰ্থন কৰিছিল। তেওঁ এগৰাকী সুন্দৰ অধিবক্তা আছিল। তেওঁৰ বক্তব্য বহুত যুক্তিপূৰ্ণ আছিল। দুৰ্ভাগ্যবশত: আমি গোচৰটো হাৰিছিলো। কিন্তু জেটলীয়ে আদালতত যিদৰে যুক্তি প্ৰদৰ্শন কৰিছিল সেয়া কেতিয়াও পাহৰিব নোৱাৰো।‘’

উল্লেখযোগ্য যে ‘ৰণ’ চলচ্চিত্ৰখন ২০১০ চনত মুক্তি পাইছিল। ছবিখনত অমিতাভ বচ্চন, গুল পানাগ, পৰেশ ৰাৱাল, আৰু ৰীতেশ দেশমুখে কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd