• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেহাদীৰ বিৰুদ্ধে হোজাইৰ নীলবাগানত জমিয়ত উলেমাৰ উত্তাল প্ৰতিবাদ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 22, 2018 6:38 pm
hojai jamiat ulama
400
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ কানপুৰত অসমৰ যুৱক কমৰ উজ জামান ওৰফে কমৰউদ্দিনৰ গ্ৰেপ্তাৰৰ লগে লগে সংগঠনটোৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰা আন কেইবাজনো সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আনফৰৰ নিৰ্দেশত জমিয়তৰ হোজাই জিলা সমিতিয়ে আজি নীলবাগান তিনি আলীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত জমিয়তৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লে’কাৰ্ড লৈ ইছলামত সন্ত্ৰাসবাদৰ স্থান নাই, সন্ত্ৰাসবাদ মুৰ্দাবাদ, সন্ত্ৰাসবাদী গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে নীলবাগানৰ পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলৰ পিছত অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰৰ নেতৃত্বত জিলা জমিযয়তে এক প্ৰতিবাদী সভাৰ আয়োজন কৰে। এই সভাত নীলবাগানৰ বিভিন্ন মাদ্ৰাছাৰ ছাত্ৰৰ লগতে হোজাই জিলা জমিয়তৰ সভাপতি মুফতি মহাম্মদ আলী চাহাব, জমিয়তৰ কেন্দ্ৰীয় সম্পাদক মৌলানা কলিম উদ্দিন আৰু হোজাই জিলা সম্পাদক সহ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd