• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

JMB terrorist মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য,আপত্তিজনক নথিপত্ৰ জব্দ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 1, 2022 7:03 pm
130
VIEWS
Share on FacebookShare on Twitter

মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য

সদস্যজনৰ নাম ইনামুল হক বুলি চিনাক্ত কৰা হৈছে

দিচপুৰ গেষ্ট হাউচৰ মেনেজাৰ আছিল হক।

ইনামূল হকৰ পৰা জেএমবিৰ লেটাৰ পেড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

দিছপুৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছে ইনামূল হকক।

বৰ্তমান দিছপুৰস্থিত গুৱাহাটী পূৱৰ উপ আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ত ৰখা হৈছে ইনামুলক।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে ইনামুলক

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd