• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে অসমৰ জহা চাউলে! কি ক’লে গৱেষণাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2023 9:14 am
749
VIEWS
Share on FacebookShare on Twitter

গোন্ধত মলমলাই থকা অসমৰ থলুৱা জহা চাউলে মধুমেহ (ডায়েবেটিছ) ৰোগ প্ৰতিৰোধ কৰিব পাৰে। অসমৰ জহা চাউল তেজত চেনিৰ মাত্ৰা কমোৱাত অতি ফলপ্ৰসূ।

ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজি (IASST)ৰ দ্বাৰা কৰা এক গৱেষণাৰ পিছত এই কথা প্ৰকাশ পাইছে।

আই এ এছ এছ টি হৈছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এটি স্বায়ত্তশাসিত প্ৰতিষ্ঠান।

লগতে পঢ়ক: দাড়ি দীঘল নকৰি বিয়া পাতক; ৫৩ বছৰীয়া ৰাহুলক লালুৱে ক’লে, এতিয়াও সময় আছে

অধ্যয়নটোত দেখা গৈছে যে জহা চাউলত দুটা অসংপৃক্ত ফেটি এচিড থাকে – লিনোলিক এচিড (অ’মেগা-৬) আৰু লিনোলেনিক (অ’মেগা-৩) এচিড, যি দুয়োটাই শাৰীৰিক স্থিতি বজাই ৰখাত সহায় কৰে।

অ’মেগা-৩ ফেটি এচিডে ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ আদি কেইবাটাও বিপাকীয় (metabolic) ৰোগ প্ৰতিৰোধ কৰে।

অসমত পৰম্পৰাগতভাৱে বিভিন্ন প্ৰকাৰৰ জহা চাউল পোৱা যায়।

ইয়াৰে কিছুমান হ’ল- ক’লা জহা, বগা জহা, ৰামপাল জহা, কন জহা, মানিকীমধুৰী জহা, কেতেকী জোহা, তুলসী জহা, গোবিন্দ তুলসী জহা আৰু ঘুগুলি জহা।

লগতে পঢ়ক: সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘হুছেইন অ’বামা’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া

অসমৰ পৰা অহা জহা চাউলে ২০১৭ চনত জি আই টেগ লাভ কৰিছিল।

জহা হৈছে চুটি দানাযুক্ত শীতকালীন ধান যিটো ইয়াৰ মলমলাই থকা সুগন্ধি আৰু অতুলনীয় সোৱাদৰ বাবে জনাজাত।

Recent News

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd