• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Banned in Parliament সংসদত নিষিদ্ধ ‘দুৰ্নীতিগ্ৰস্ত’, ‘চামচাগিৰি’, ‘ভণ্ডামি’, ‘শকুনি’, ‘স্বৈৰাচাৰী’ আদি শব্দ,প্ৰকাশ পালে আৰু বহু অসংসদীয় শব্দৰ তালিকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 14, 2022 11:58 am
353
VIEWS
Share on FacebookShare on Twitter

বিৰোধীৰ মুখ বন্ধ কৰিবলৈ চৰকাৰে নিত্য নতুন পন্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ চৰকাৰক সমালোচনা কৰোতে বিৰোধীয়ে ব্যৱহাৰ কৰা বহু কেইটা শব্দক অসংসদীয় শব্দ হিচাবে তালিকাভূক্ত কৰা হৈছে।

১৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত তালিকাত থকা কোনো শব্দ কোনো সাংসদেই ব্যৱহাৰ কৰিব নোৱাৰিব। যদি কোনোৱাই তেনে শব্দ ব্যৱহাৰ কৰে তেন্তে তেওঁ সংসদৰ পৰা নিলম্বিত হোৱাৰ সম্ভাৱনাই বেছি।

লোকসভা সচিবালয়ে প্ৰকাশ কৰা অসংসদীয় শব্দৰ পুস্তিকাত স্থান লাভ কৰা তেনে অসংসদীয় শব্দ কেইটামান হৈছে ‘জুমলাজীভি’, ‘কোভিড স্প্ৰেডাৰ’ আৰু ‘স্নুপগেট’, ‘চামচাগিৰি’, ‘দুৰ্নীতিগ্ৰস্ত’,’কোভিড স্প্ৰেডাৰ’ আদি শব্দবোৰো কোনেও উভয় সদনৰ মজিয়াত উচ্চাৰণ কৰিব নোৱাৰিব।

আনকি সাধাৰণতে ব্যৱহৃত শব্দ যেনে ‘লজ্জিত’, ‘দুৰ্ব্যৱহাৰ,’ ‘বিশ্বাসঘাতকতা’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘নাটক’, ‘ভণ্ডামি’ আৰু ‘অক্ষম’, ‘নৈৰাজ্যবাদী’, ‘শকুনি’, ‘স্বৈৰাচাৰী’, ‘বিনাশ পুৰুষ’, ‘খালিস্তানী’ আদি । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে অসংসদীয় বুলি গণ্য কৰা হ’ব এনে শব্দবোৰক।

অসংসদীয় হিচাপে তালিকাভুক্ত হোৱা হিন্দী শব্দৰ ভিতৰত আছে ‘গাদ্দাৰ’, ‘গিৰগিট’, ‘চামচা’, ‘চামচাগিৰি’, ‘চেলা’, ‘অপমান’, ‘অসত্য’, ‘অহংকাৰ’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘কলা দিন’, ‘কলা বজাৰী’ আদি। বিৰোধী দলৰ নেতাসকলে এনে সিদ্ধান্ত বাক স্বাধীনতাৰ ওপৰত আঘাত বুলি মন্তব্য কৰিছে।ৰাজ্যসভাৰ সদস্য ডেৰেক অ’ব্ৰায়েনে এয়া সাংসদসকলৰ স্বাধীনতাৰ ওপৰত অত্যাচাৰ বুলি কয়।

তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই টুইটত কৈছে ” চৰকাৰে বিৰোধীয়ে ব্যৱহাৰ কৰা সকলো শব্দ নাইকীয়া কৰি দেশ ধ্বংস কৰিবলৈ ওলাইছে ।” জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশেও চৰকাৰক এই প্ৰসংগত সমালোচনা কৰিছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd