• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এগৰাকী মহিলাই সংগ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁ যৌন সম্পৰ্কত সন্মতি দিছে : দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2023 9:47 am
119
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মহিলাই সংগ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁ যৌন সম্পৰ্কত সন্মতি দিছে – সুজিত সৰকাৰৰ ‘গোলাপী‘ নামৰ চিনেমাখনত অধিবক্তা দীপক সাহগলৰ চৰিত্ৰত অমিতাভ বচ্চনে ঠিক এই কথাই কৈছিল। তেওঁ কৈছিল যে যদি তেওঁৰ ক্লায়েণ্টে সেইদিনা যৌন নিৰ্যাতন কৰিব খোজা যুৱকজনক হত্যা নকৰিলেহেঁতেন তেন্তে তেওঁক নিশ্চিতভাৱে ধৰ্ষণ কৰা হ’লহেঁতেন। আৰু তাৰ পিছত এই অনিবাৰ্য প্ৰশ্নৰ উত্থাপিত হয় – সেই ডেকা ল’ৰাটোৰ লগত তেওঁ কিয় গৈছিল?

মঙলবাৰে বিয়লি সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অনুপ জয়ৰাম ভাম্বানীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে এগৰাকী মহিলাই সংগ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁ যৌন সম্পৰ্কত সন্মতি দিছে। আনকি, মহিলাগৰাকীয়ে যুৱকজনৰ লগত কিমান দিন আছে, সেয়াও যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বচৰ্ত হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

চেক গণৰাজ্যৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয় মালিক ওৰফে সন্ত সেৱক দাসৰ অধিবক্তাই অভিযুক্তৰ জামিন আবেদন কৰি কয় যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ ক্লায়েণ্টৰ সৈতে আছিল।

ইয়াৰ পিছতেই জামিনৰ আবেদন খাৰিজ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে, “যদি কোনো মহিলাই কোনো পুৰুষৰ সৈতে থাকিবৰ বাবে সন্মতি প্ৰকাশ কৰে, সেয়া লাগিলে যিমান দিনৰ বাবেই নহওঁক, মহিলাগৰাকীয়ে একেলগে থাকিবলৈ প্ৰদান কৰা এই সন্মতিক পুৰুষজনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি দিয়া বুলি ধৰি ল’ব নোৱাৰি।”

ন্যায়ালয়ৰ এই ৰায়দানক এক ঐতিহাসিক ৰায়দান বুলি দাবী কৰিছে আইন বিশেষজ্ঞ সকলে। যৌনতাৰ বাবে সন্মতি মূল কথা সেয়া স্পষ্ট কৰি দিলে ন্যায়ালয়ে। এই ৰায়দানৰ পিছত যৌন শোষণকাৰীসকলে শাস্তি পোৱাত থকা যথেষ্ট বাধা আঁতৰিব।

Recent News

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd