• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডৰ সেনাৰ বৰ্বৰতাত নিহত যুৱকৰ পিতৃয়ে ক’লে, “ন্যায় মানে ধন নহয়; দোষী সেনা বিষয়াসকলক শাস্তি দিয়ক”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2021 8:57 am
154
VIEWS
Share on FacebookShare on Twitter

আছাম ৰাইফলছে বৰ্বৰভাৱে গুলীবৰ্ষণ কৰি হত্যা কৰা চোমৱাং কন্যাক নামৰ যুৱকজনৰ পিতৃয়ে এই বৰ্বৰ আক্ৰমণৰ নেতৃত্ব দিয়া সেনা বিষয়াৰ কঠোৰ শাস্তি দাবী কৰিছে।

নিহত চোমৱাঙৰ পিতৃ চেমৱাং কন্যাকে কয়, “আমি চৰকাৰ, আৰক্ষী বা সমগ্ৰ সশস্ত্ৰ বাহিনীক দোষাৰোপ কৰা নাই। আমাৰ বাবে ন্যায় আমাক আগবঢ়োৱা ধন নহয়। কিন্তু আমি বিচাৰো যে অভিযানটোৰ নেতৃত্ব দিয়া মেজৰ কমাণ্ডাৰজনক চিনাক্ত কৰা হ’ব আৰু শাস্তি দিয়া হ’ব।”

উল্লেখ্য যে আছাম ৰাইফলছে গুলীবৰ্ষণ কৰা বাহনখন চোমৱাঙে চলাই আহিছিল। এই নিৰ্বিচাৰ গুলীচালনাত তেওঁ থিতাতে নিহত হয়।

চেমৱাঙৰ ভতিজী মিনপাং ৱাংচুয়ে কয়, “মানুহৰ জন্ম হ’লে মৃত্যু হ’বই। কিন্তু এনেধৰণৰ মৃত্যুৰ যোগ্য কোনো নাছিল।”

“আমাক সুৰক্ষা প্ৰদান কৰা, আমাক নিৰাপত্তা দিয়াটো সেনাৰ কাম নহয় নেকি? তাৰ পৰিৱৰ্তে তেওঁলোকে মোৰ ভাতৃক গুলীয়াই হত্যা কৰিছে।” মিনপাঙে লগতে কয়।

আক্ৰমণত নিহত আন এজন যুৱক থাকৱাঙৰ দেউতাক ৱাংহেনে কয় যে তেওঁ এতিয়া জঠৰতা অনুভৱ কৰে। “কোনো দুখ নাই, কোনো অনুভৱ নাই।” তেওঁ কয়।

আনহাতে এই নৃশংস হত্যাকাণ্ডক গাঁওখনৰ দুই যমজ ভাতৃয়েও প্ৰাণ হেৰুৱাই। নিহত লাংৱাং আৰু থাপৱাঙৰ ডাঙৰ ভাতৃ এল নেনৱাঙে কয়, “লাংৱাং আৰু থাপৱাঙৰ জন্ম একেলগে হৈছিল মিনিটৰ ব্যৱধানত, আৰু মিনিটৰ ব্যৱধানত তেওঁলোক একেলগে মৃত্যুবৰণ কৰিছিল।”

দুই ভাতৃক তেওঁলোকৰ পিতৃ-মাতৃয়ে “পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পুত্ৰ” হিচাপে স্মৰণ কৰি কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমী আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল।

তেওঁলোকৰ মাতৃ আৱাই কয় যে কয়লাৰ খনিত কাম কৰাটো শীতকালৰ বাবে অতিৰিক্ত পকেট মানি আছিল। “দৈনিক মজুৰি ২০০ টকা হ’ব, কিন্তু খনিত এদিনৰ কামে ৫০০ ৰ পৰা ৭০০ টকাৰ ভিতৰত আনিব। এই আশাতে তেওঁলোকে কয়লাৰ খনিত কাম কৰিবলৈ গৈছিল” তেওঁ কয়।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd