• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গৌৰৱ গগৈ অদৃশ্য সাংসদ’ : মনিমাধৱ মহন্ত

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 5, 2019 4:47 pm
Manimadhab Mahanta

চামগুৰিত মনিমাধৱ মহন্তৰ প্ৰচাৰ অভিযান।

606
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে কলিয়াবৰ লোকসভা সমষ্টিত। আজি চামগুৰি বিধান সভা সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই অগপ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই।

চামগুৰিৰ বকুলতল আৰু ভেলেউগুৰিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মহন্তই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক অদৃশ্য সাংসদ আখ্যা দিয়ে। কেবল নিৰ্বাচনৰ সময়তহে গৌৰৱ গগৈয়ে সমষ্টিলৈ আহে বুলি সমালোচনা কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সততে তেওঁৰ গাত লাচিতৰ তেজ আছে বুলি কৈ অহা কথাক কটাক্ষ কৰি মহন্তই তৰুণ গগৈৰ গাত আচলতে ভেজাল তেজহে আছে যাৰ বাবে এ আই য়ু ডি এফৰ হাতত জাতিটো বিক্ৰী কৰিব বিচাৰিছে বুলি কয়। ভাষণত মহন্তই ৮৫ বছৰ বয়সত গগৈৰ তীৰ্থ ভ্ৰমণ কৰাৰহে সময় কিন্তু ক্ষমতাৰ খকত ৰাজনীতিৰ লেকাম খামুচি আছে বুলিও মন্তব্য কৰে।

অগপ নেতা প্ৰমোদ বৰাই আঁতধৰা সভা দুখনত চামগুৰি জিলা পৰিষদৰ সদস্য ৰীতা কাকতি বৰা, ভেলউগুৰি গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী নিৰমাই দস, আঞ্চলিক সদস্য পিণ্টু ডেকা হাচেন আলীকে ধৰি ভালে সংখ্যক অগপ আৰু বিজেপিৰ নেতা উপস্থিত থাকে।

উল্লেখযোগ্য যে, সভাত আজি বাহাৰুল ইছলামৰ নেতৃত্বত বহুকেইজন কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। মনিমাধৱ মহন্তই আজি ৰঙাগড়া, কাৱৈমাৰি, ভাৰাগুৰি আদিকে ধৰি বহুকেইটা স্থানত প্ৰচাৰ চলাই।

Tags: নিৰ্বাচন ২০১৯

Recent News

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd