• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহা অম্বুবাচী মেলা: যাব কিদৰে, বাধা-নিষেধ ক’ত? প্ৰশাসনৰ প্ৰস্তুতি ||সবিশেষ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2019 7:23 pm
Kamrup district administration gears up for Kamakhya Ambubachi mela

অম্বুবাচীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামাখ্যাৰ মহা অম্বুবাচী মেলাক লৈ ব্যাপক প্ৰস্তুতিৰে সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

বুধবাৰে উপায়ুক্ত কাৰ্য্যালয়ত সংবাদমেলযোগে প্ৰশাসন-আৰক্ষীয়ে প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে। উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই সংবাদমেল সম্বোধন কৰে।

  • অম্বুবাচী মেলালৈ অহা ভক্তসকলৰ বাবে থাকিব ৬টা শিবিৰ। ৩টা শিবিৰ থাকিব ফাঁচী বজাৰ পুৰণি কাৰাগাৰ চৌহদত। বাকী পাণ্ডুত এটা, বৰিপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যাৰ সমীপৰ নাহৰবাৰীত এটা।
  • ৪০ হাজাৰতকৈ অধিক ভক্ত থাকিব পাৰিব উক্ত শিবিৰকেইটাত।
  • ২৯টা খাদ্য ভাণ্ডাৰ আৰু ৪০টা পানী ভাণ্ডাৰ থাকিব। ব্যক্তিগত ভাণ্ডাৰৰ অনুমতি দিয়া হোৱা নাই। কাৰোবাৰ যদি খাদ্য বিতৰণ কৰিবলৈ ইচ্ছা থাকে তেনেহ’লে শিবিৰত গৈ খাদ্য বিতৰণ কৰিব পাৰিব।
  • কামাখ্যা মন্দিৰৰ ওপৰলৈ যোৱা মূল পথকে ধৰি অন্য তিনিটা পথো ব্যৱহাৰ কৰিবলৈ দৰ্শনাৰ্থীক আহ্বান।
  • বিভিন্ন শিবিৰত থকা ভক্তসকলক অনা-নিয়া কৰিবৰ বাবে ৮০খন বাহন পৰিবহণ নিগমৰ পৰা যোগান ধৰা হ’ব।
  • মুঠ দুটা তথ্য কেন্দ্ৰ থাকিব। য’ত স্বাস্থ্য সেৱা তথা তথ্যৰ সকলো সুবিধা লাভ কৰিব পাৰিব ভক্তসকলে। তথ্য কেন্দ্ৰ দুটা কামাখ্যা ৰে’ল ষ্টে’চন আৰু কামাখ্যালৈ উঠি যোৱা মূল দুৱাৰৰ কাষত থাকিব।
  • যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয়: ওপৰলৈ উঠিবৰ বাবে কোনো বাহনকে অনুমতি দিয়া নহয়। বৃদ্ধ-বৃদ্ধা, গৰ্ভৱতী মহিলা, কেঁচুৱা থকা মহিলা আৰু প্ৰতিবন্ধীসকলৰ বাবে ৪০খন ফেৰি কাৰৰ ব্যৱস্থা কৰা হ’ব। ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলিব এই ফেৰি কাৰসমূহ।
  • দূৰণিবটীয়া বাহনসমূহ জালুকবাৰীৰ পৰা মহানগৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ বিপৰীতে ISBTত বাহনসমূহ পাৰ্কিং কৰিব পাৰিব।
  • দিনেশ গোস্বামী পথত ভৰলুৰ পৰা জালুকবাৰীলৈকে বস্তু কঢ়িওৱা বাহনকে আদি কৰি অন্য কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব।বিমানবন্দৰলৈ যোৱা বাহনসমূহকো অন্য পথেৰে যাবৰ বাবে অনুৰোধ যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্তৰ।
  • ভৰলুমুখ থানাৰ কাষত থাকিব পাৰ্কিঙৰ ব্যৱস্থা।
  • মুঠ ২৫০জন ট্ৰেফিক পুলিচ নিয়োগ কৰা হৈছে অম্বুবাচী মেলাত।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd