• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহা অম্বুবাচী মেলা: যাব কিদৰে, বাধা-নিষেধ ক’ত? প্ৰশাসনৰ প্ৰস্তুতি ||সবিশেষ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2019 7:23 pm
Kamrup district administration gears up for Kamakhya Ambubachi mela

অম্বুবাচীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামাখ্যাৰ মহা অম্বুবাচী মেলাক লৈ ব্যাপক প্ৰস্তুতিৰে সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

বুধবাৰে উপায়ুক্ত কাৰ্য্যালয়ত সংবাদমেলযোগে প্ৰশাসন-আৰক্ষীয়ে প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে। উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই সংবাদমেল সম্বোধন কৰে।

Apply Now
  • অম্বুবাচী মেলালৈ অহা ভক্তসকলৰ বাবে থাকিব ৬টা শিবিৰ। ৩টা শিবিৰ থাকিব ফাঁচী বজাৰ পুৰণি কাৰাগাৰ চৌহদত। বাকী পাণ্ডুত এটা, বৰিপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যাৰ সমীপৰ নাহৰবাৰীত এটা।
  • ৪০ হাজাৰতকৈ অধিক ভক্ত থাকিব পাৰিব উক্ত শিবিৰকেইটাত।
  • ২৯টা খাদ্য ভাণ্ডাৰ আৰু ৪০টা পানী ভাণ্ডাৰ থাকিব। ব্যক্তিগত ভাণ্ডাৰৰ অনুমতি দিয়া হোৱা নাই। কাৰোবাৰ যদি খাদ্য বিতৰণ কৰিবলৈ ইচ্ছা থাকে তেনেহ’লে শিবিৰত গৈ খাদ্য বিতৰণ কৰিব পাৰিব।
  • কামাখ্যা মন্দিৰৰ ওপৰলৈ যোৱা মূল পথকে ধৰি অন্য তিনিটা পথো ব্যৱহাৰ কৰিবলৈ দৰ্শনাৰ্থীক আহ্বান।
  • বিভিন্ন শিবিৰত থকা ভক্তসকলক অনা-নিয়া কৰিবৰ বাবে ৮০খন বাহন পৰিবহণ নিগমৰ পৰা যোগান ধৰা হ’ব।
  • মুঠ দুটা তথ্য কেন্দ্ৰ থাকিব। য’ত স্বাস্থ্য সেৱা তথা তথ্যৰ সকলো সুবিধা লাভ কৰিব পাৰিব ভক্তসকলে। তথ্য কেন্দ্ৰ দুটা কামাখ্যা ৰে’ল ষ্টে’চন আৰু কামাখ্যালৈ উঠি যোৱা মূল দুৱাৰৰ কাষত থাকিব।
  • যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয়: ওপৰলৈ উঠিবৰ বাবে কোনো বাহনকে অনুমতি দিয়া নহয়। বৃদ্ধ-বৃদ্ধা, গৰ্ভৱতী মহিলা, কেঁচুৱা থকা মহিলা আৰু প্ৰতিবন্ধীসকলৰ বাবে ৪০খন ফেৰি কাৰৰ ব্যৱস্থা কৰা হ’ব। ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলিব এই ফেৰি কাৰসমূহ।
  • দূৰণিবটীয়া বাহনসমূহ জালুকবাৰীৰ পৰা মহানগৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ বিপৰীতে ISBTত বাহনসমূহ পাৰ্কিং কৰিব পাৰিব।
  • দিনেশ গোস্বামী পথত ভৰলুৰ পৰা জালুকবাৰীলৈকে বস্তু কঢ়িওৱা বাহনকে আদি কৰি অন্য কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব।বিমানবন্দৰলৈ যোৱা বাহনসমূহকো অন্য পথেৰে যাবৰ বাবে অনুৰোধ যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্তৰ।
  • ভৰলুমুখ থানাৰ কাষত থাকিব পাৰ্কিঙৰ ব্যৱস্থা।
  • মুঠ ২৫০জন ট্ৰেফিক পুলিচ নিয়োগ কৰা হৈছে অম্বুবাচী মেলাত।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd