• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগনা ৰানাৱটৰ মানালিৰ ঘৰৰ সন্মুখত গুলীচালনা; কটকটীয়া কৰা হৈছে সুৰক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2020 8:01 am
index-14-750x375

কংগনা ৰানাৱট।

1.1k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ পাছৰে পৰা নেপ’টিজমক লৈ আটাইতকৈ সৰৱ হৈ পৰিছিল অভিনেত্ৰী কংগনা ৰানাৱট।

এইবাৰ তেওঁৰ জীৱনৰ প্ৰতিও ভাবুকি আহিছে নেকি তাৰেই এক প্ৰতিফলন ঘটিল অভিনেত্ৰীগৰাকীৰ ঘৰৰ সন্মুখত।

অভিনেত্ৰীগৰাকীৰ মানালিৰ ঘৰৰ সন্মুখত সংঘটিত এক গুলীচালনাৰ ঘটনাৰ পাছতে কংগনাৰ ঘৰৰ সন্মুখত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

বলীউদত স্বজনতোষণক লৈ কংগনাৰ সাহসী পদক্ষেপক একাংশই সমৰ্থন নকৰে।

ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁৰ ওলমি থকা মৃতদেহ যদি উদ্ধাৰ হয় তেতিয়াহ’লে তাক যেন আত্মহত্যা বুলি ধৰা নহয়।

শুকুৰবাৰে নিশা প্ৰায় এঘাৰ বজাত কংগনাৰ তিনিমহলীয়া ঘৰটোৰ সন্মুখত গুলীচলনাৰ শব্দ হয়।

প্ৰথমতে এয়া ফটকা ফুটাৰ শব্দ বুলি ভাৱিছিল যদিও পাছত অভিনেত্ৰীগৰাকীয়ে সেয়া গুলীৰ শব্দ বুলি বুজিব পাৰি থানাত অভিযোগ কৰে।

কুল্লু থানাত দিয়া অভিযোগৰ পাছতে অভিনেত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে তেওঁৰ গৃহলৈ যায়।

তদন্তকাৰী দলটোৱে কোনো শুংসূত্ৰ বিচাৰি নাপালে যদিও অভিনেত্ৰীগৰাকীৰ সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়।

গোটেই বিষয়টো লৈ এক ৰহস্যৰ সৃষ্টি হৈছে যদিও অভিনেত্ৰী গৰাকীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত তেওঁ গ্ৰহণ কৰা স্থিতিৰ বাবে কোনোবাই তেওঁক ভয় দেখুৱালৈকে এই কাম কৰা বুলি সন্দেহ ব্যক্ত কৰিছে।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd