• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ল অভিনেত্ৰী কংগনাৰ ব্যক্তিগত বডীগাৰ্ড, গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 10:16 pm
ধৰ্ষণৰ অভিযোগত অভিযুক্ত হ’ল অভিনেত্ৰী কংগনাৰ ব্যক্তিগত বডীগাৰ্ড, গোচৰ ৰুজু
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মেক-আপ আৰ্টিষ্টক মুম্বাইত ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছে অভিনেত্ৰী কংগনা ৰানাৱটৰ ব্যক্তিগত বডীগাৰ্ড কুমাৰ হেগড়ে।

এটা মনোৰঞ্জনমূলক প’ৰ্টেলে প্ৰকাশ কৰা মতে, মুম্বাইৰ ডিএন নগৰ আৰক্ষী থানাত এই সম্পৰ্কত এখন এজাহাৰ দাখিল কৰা হৈছে।

ভুক্তভোগী মেক-আপ আৰ্টিষ্টগৰাকীয়ে দাবী কৰে যে কংগনাৰ বডীগাৰ্ডজনে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰিছিল।

তদুপৰি বডীগাৰ্ডজনে মেক-আপ আৰ্টিষ্টগৰাকীৰ পৰা মুম্বাই এৰি যোৱাৰ পূৰ্বে ৫০,০০০ টকাও লৈছিল।

জানিব পৰা মতে, বডীগাৰ্ডজন মেক-আপ আৰ্টিষ্টগৰাকীৰ স’তে আঠ বছৰৰ পূৰ্বে পৰিচিত হৈছিল আৰু যোৱা বৰ্ষৰ জুনত বডীগাৰ্ডজনে বিবাহৰ প্ৰস্তাৱ দিয়ে।

মেক-আপ আৰ্টিষ্টগৰাকীয়ে কৰা অভিযোগমতে, বডীগাৰ্ডজন তেওঁৰ ফ্লেটলৈ প্ৰায়ে আহিছিল আৰু বলপূৰ্বকভাৱে শাৰিৰীক সম্পৰ্কত লিপ্ত হৈছিল।

তদুপৰি বডীগাৰ্ডজন কৰ্ণাটকলৈ যোৱাৰ পূৰ্বে ২৭ এপ্ৰিল তাৰিখে তেওঁক মেক-আপ আৰ্টিষ্টগৰাকীয়ে ৫০,০০০ টকাও প্ৰদান কৰিছিল বুলি অভিযোগত উল্লেখ কৰে।

তাৰপাছতে বডীগাৰ্ডজনৰ একো খবৰ নাপাই মেক-আপ আৰ্টিষ্টগৰাকীয়ে বডীগাৰ্ডজনৰ মাকৰ স’তে যোগাযোগ কৰে।

কিন্তু মাকে তেওঁক বডীগাৰ্ডজনৰ পৰা আঁতৰি থাকিবলৈ ধমকি দিয়ে আৰু বিয়াৰ কথা নুলিয়াবলৈ কয়।

বৰ্তমান কংগনাৰ বডীগাৰ্ড কুমাৰ হেগড়েক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ধৰ্ষণ), ৩৭৭ (অস্বাভাৱিক যৌনসম্পৰ্ক) আৰু ৪২০ (প্ৰবঞ্চনা) ধাৰাৰ অধীনত মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কংগনাৰ হেয়াৰষ্টাইলিষ্ট এল্লিষ্টাৰ ডি গীও এগৰাকী নাবালিকাক যৌন আতিশয্য চলোৱাৰ অভিযোগত আটক হৈছিল।

বৰ্তমানলৈকে অভিনেত্ৰী কংগনাই ঘটনাটোৰ সম্পৰ্কত একো মুখ খোলা নাই।

কংগনাই প্ৰায়ে কৈ আহিছিল যে বডীগাৰ্ডজন তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে।

আনকি বডীগাৰ্ডজনৰ শেহতীয়া জন্মদিনটোতো দুয়ো একেলগে প্ৰাণভৰি পাৰ্টি কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm
গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm
গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd