• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 17, 2022 3:51 pm
338
VIEWS
Share on FacebookShare on Twitter

নিজকে ধুনীয়াৰ পৰা আৰু অতি ধুনীয়া কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী ভাৰতীয় অভিনেত্ৰীয়ে। প্লাষ্টিক চাৰ্জাৰী কৰি মৃত্যুক সাৱটি লোৱা অভিনেত্ৰীগৰাকী হৈছে কানাড়া অভিনেত্ৰী চেতনা ৰাজ।

অভিনেত্ৰীগৰাকীয়ে সোমবাৰে দৈহিক সৌন্দৰ্য বৃদ্ধিৰ বাবে ‘চৰ্বি-মুক্ত’ প্লাষ্টিক চাৰ্জাৰী কৰিবলৈ বাংগালুৰুৰ চেট্টী প্ৰসাধন কেন্দ্ৰলৈ গৈছিল । ঘৰত কাকো নজনোৱাকৈ ২১ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে চেট্টী প্ৰসাধন কেন্দ্ৰত প্লাষ্টিক চাৰ্জাৰী কৰোৱাইছিল।

কিন্তু চাৰ্জাৰী কৰাৰ কিছুসময় পিছতে অভিনেত্ৰীগৰাকী গুৰুতৰ ভাবে অসুস্থ হৈ পৰে। দৰৱৰ পাৰ্শ্বক্ৰিয়াৰ ফলতে অভিনেত্ৰী চেতনা ৰাজৰ হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে আৰু তেওঁ এক প্ৰকাৰ সংজ্ঞাহীন হৈ পৰে।

অভিনেত্ৰীগৰাকীৰ অৱস্থাৰ ক্ৰমাৎ অধিক অৱনতি ঘটাত প্লাষ্টিক চাৰ্জাৰী কৰা চিকিৎসকেই তেওঁক কাদে হস্পিতাললৈ লৈ যায়। চিকিৎসালয় পোৱাৰ পিছত প্লাষ্টিক চাৰ্জাৰী কৰা চিকিৎসক জনে চেতনা হৃদৰোগত আক্ৰান্ত হৈছে বুলি ভুল তথ্য দিয়ে। অভিনেত্ৰীগৰাকীক বহু সময় ধৰি আইচিইউত ৰাখি চিপিআৰ দিয়া যদিও তেওঁক জীয়াই তুলিব পৰা নগ’ল।

অভিনেত্ৰী গৰাকীৰ পৰিয়ালে চেতনাৰ মৃত্যুৰ বাবে প্লাষ্টিক চাৰ্জাৰী কৰা চিকিৎসককেই দোষাৰোপ কৰিছে। এই সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত চিকিৎসক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

চেতনা দক্ষিণ ভাৰতৰ সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল।

‘গীতা’, ‘ডোৰাচনী’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি তেওঁ প্ৰশংসিত হৈছিল। মাত্ৰ ২১ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা চেতনাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

ইমান কম বয়সতে প্লাষ্টিক অস্ত্ৰোপচাৰ কৰাৰ কি প্ৰয়োজন আছিল বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd