• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্তোষ ট্ৰফীৰ ছেমি ফাইনেল খেলাৰ আশা নিৰ্বাপিত হ’ল অসমৰ

সুদীৰ্ঘ ৫০ বছৰৰ মূৰত অসম ফুটবল দলে দেখা সপোন ভাঙিলে কৰ্ণাটকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2019 11:04 am
Assam football Team
781
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ প্ৰায় ৫০ বছৰৰ মূৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ হৈ আছিল যদিও সোমবাৰে সেই আশা নিৰ্বাপিত হ’ল অসম ফুটবল দলৰ। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দলটোৰ সন্মুখত হেঙাৰ হৈ ঠিয় দিলে কৰ্ণাটক।

প্ৰতিযোগিতাখনৰ গ্ৰুপ বিৰ এখন মেচত সোমবাৰে কৰ্ণাটকৰ বিৰুদ্ধে মুখামুখি হৈছিল অসম। মেচখন অসমৰ বাবে আছিল অতিকৈ গুৰুত্বপূৰ্ণ। ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ হ’লে এই মেচখন জয়ী হোৱাটো বা ড্ৰ কৰাটো আছিল বাঞ্চনীয়।

কিন্তু কৰ্ণাটকে সেই সুযোগ অসমক নিদিলে। মেচখনত কৰ্ণাটকে আৰম্ভণিৰে পৰা আক্ৰমণ চলাই যায় আৰু প্ৰথমাৰ্ধৰ ৩১ মিনিটৰ ভিতৰতে ৫টা গ’লেৰে থকা সৰকা কৰি দিয়ে অসমক। কৰ্ণাটকৰ আক্ৰমণ প্ৰতিৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা অসমে প্ৰথমাৰ্ধৰে ৩৭ মিনিটত বিষ্ণু বৰদলৈৰ সহায়ত একমাত্ৰ গ’লটো প্ৰদান কৰে।

অৱশ্যে মেচখনৰ দ্বিতীয়াৰ্ধত কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নহ’ল আৰু মেচখন কৰ্ণাটকে ৫-১ৰ বিশাল ব্যৱধানত বিজয় সাব্যস্ত কৰে। এই বিজয়ৰ লগে লগে কৰ্ণাটক প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ অগ্ৰসৰ হয় আৰু অসম প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।

উল্লেখ্য যে ছিকিম আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসমৰ খেলুৱৈসকলক কালিৰ মেচখনত ফিল্ডত দেখা যায় নিস্তেজ তথা অসহায় ৰূপত। গুৰুত্বপূৰ্ণ মেচখনত দলে কৰ্ণাটকক পৰাস্ত কৰাৰ বাবে কোনোধৰণৰ সঠিক ৰণনীতি প্ৰয়োগ কৰা পৰিলক্ষিত নহ’ল। যাৰ বাবে সুদীৰ্ঘ ৫০ বছৰৰ মূৰত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল খেলাৰ সুযোগ হেৰুৱাব লগীয়া হ’ল অসমে।

Recent News

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd