• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত অস্থায়ী বনকৰ্মী; পুনৰ দুজনক আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
October 25, 2020 11:13 am
IMG-20201025-WA0002~2

শনিবাৰে উদান কর্তপক্ষই আটক কৰা অস্থায়ী বনকৰ্মী দুজন। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ নিয়ন্ত্ৰিত হৈছে যদিও অতি সংগোপনে ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

গঁড় হত্যাৰ সাময়িক নিয়ন্ত্ৰণৰ সময়তে গঁড়ৰ খৰ্গৰ একাংশ চোৰাং বেপাৰীয়ে অতি কৌশলেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তুলিছে এক নেটৱৰ্ক ৷

কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ বিশেষ তৎপৰতাত পোহৰলৈ অহা এই নেটৱৰ্কে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

গঁড়ৰ খৰ্গৰ চোৰাংব্যৱসায়ী এই চক্ৰৰ নিয়ন্ত্ৰণত ৰাষ্ট্ৰীয় উদ্যান খনত কৰ্মৰত একাংশ অস্থায়ী বনকৰ্মীয়ে  ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সংগোপনে সংগ্ৰহ কৰা গঁড়ৰ খৰ্গ আনি তুলি দিয়ে এই চোৰাং ব্যৱসায়ীৰ হাতত ৷

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কাজিৰঙাৰ ব্যক্তিগত পৰ্যটক নিৱাসৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি স্থানীয় একাংশ লোকক বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷

যোৱা ছেপ্টেম্বৰ মাহত এটুকুৰা খৰ্গৰ অবৈধ ব্যৱসায়ৰ আঁত ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে চলোৱা অভিযানত গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ৰ সৈতে কাজিৰঙাৰ বহু কেইজন হাতীৰ মাউত হিচাবে কাম কৰা অস্থায়ী বনকৰ্মী জড়িত থকাৰ তথ্য পোহৰলৈ আহে ৷

এই অভিযানৰ আঁত ধৰিয়েই শনিবাৰৰ দিনাও আৰু দুজন হাতী মাউত হিচাবে কৰ্মৰত অস্থায়ী বনকৰ্মীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

ধৃত লোক দুজন জামচেৰ আলী আৰু ধনমনি ৰাভা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ ইয়াকে লৈ এই অভিযানত কাজিৰঙাৰ ৭ গৰাকী অস্থায়ী বনকৰ্মীক আটক কৰিছে অভিযানকাৰী দলে ৷

এই চক্ৰৰ সৈতে আৰু ভালেসংখ্যক লোক জড়িত থকাৰ তথ্যও আছে বন বিভাগৰ হাতত ৷ অচিৰেই এই সকল লোকো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় হাতী চোৱাচিতাৰ বাবে নিয়োজিত এই অস্থায়ী কৰ্মী সকলে ধনৰ বিনিময়ত ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিকভাৱে সৰি পৰা গঁড়ৰ খৰ্গ সংগ্ৰহ কৰি চোৰাংব্যৱসায়ীক দি আহিছিল ৷ যিটো কাৰ্য চিকাৰীয়ে গঁড় হত্যা কৰা কাৰ্যতকৈও ভয়াবহ বুলি বিবেচিত হৈছে ৷

গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় উদ্যানখনত আৰু ভয়াবহ কাণ্ড সংঘৰ্টিত হোৱাৰ সম্ভাৱনা আছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd