• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা নিউজ নেটৱৰ্কৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস; ১২ গৰাকী ব্যক্তিলৈ কাজিৰঙা বঁটা

উত্তম শইকীয়া by উত্তম শইকীয়া
December 31, 2020 11:34 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ অগ্ৰনী সংবাদ প্ৰতিষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠানে প্ৰদান কৰি অহা কাজিৰঙা বঁটাৰ বিশেষ অনুষ্ঠান বুধবাৰে দিনজোৰা কাৰ্যসtচীৰে বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায়>

এই উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰে কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰাই, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যন বোকাখাতৰ সভাপতি প্ৰদীপ বৰাই আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাৰ লগতে দাতা পৰিয়ালবৰ্গই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, সাহিত্যিক পেঞ্চনাৰ ভৱেশ শইকীয়া, প্ৰাগ নিউজৰ মুখ্য প্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা।

পৰৱৰ্তী সময়ত বাণেশ্বৰ মহন্ত সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা ২০১৯ প্রতিদিন টাইমৰ খুমটাইৰ সাংবাদিক সাৰংগ তামুলীক, ২০২০ চনৰ বঁটা অসমীয়া খবৰ কাকতৰ মৰঙিৰ সাংবাদিক প্রীয়ংদ্বীপ কাকতিক, অসম ভিত্তিত ধনিল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নবীন সাংস্কৃতিক কর্মী বঁটা ২০১৯ গুৱাহাটীৰ অভিনেত্রী আৰু নৃত্য শিল্পী মৃদুস্মিতা টুইংকলক প্ৰদান কৰা হয়।

আনহাতে ২০২০ বৰ্ষৰ বঁটা ধেমাজিৰ মিচিং লােক শিল্পী প্রবীণ দলেক, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত সাহিত্য বঁটা ২০১৯ মৰঙিৰ পার্থৱ শইকীয়াক, ২০২০ চনৰ বঁটা ধোদাঙৰ প্লাবিতা বাঢ়ৈ, মহেন্দ্র নাথ শইকীয়া সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা ২০১৯ ফৰকাটিং মহাবিদ্যালয়ৰ মণিকা বৰাক দিয়া হয়।

ইয়াৰ উপৰি ২০২০ চনৰ বঁটা গােলাঘাট জাতীয় মহাবিদ্যালয়ৰ অন্বেষা কাশ্যপক আৰু ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি গােলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা ২০১৯ গােলাঘাট জাতীয় বিদ্যালয়ৰ উপাসনা মুদৈক আৰু ২০২০ চনৰ বঁটা গোলাঘাটৰ চিক্রেট হার্ট হাইস্কুলৰ হৰিদ্ৰা বৰাক প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে গীত পৰিবেশন কৰে ক্ৰমে প্ৰাসংগিকা মহন্ত আৰু হিমাংশু বৰুৱা, প্ৰতীক্ষা শৰ্মা আৰু পৰিস্মিতা শৰ্মাই।

নৃত্য পৰিৱেশন কৰে বাসৱী শ্ৰীময়ীয়ে।

কনমানি সংগীত শিল্পী আৰু বাঁহী বাদক বৰ্ষাগ্নি ডেকাৰ এটি শ্ৰব্য কেছেট ল’ৰালিও শিল্পী গৰাকীৰ পিতৃ-মাতৃৰ উপস্থিতিত এই অনুষ্ঠানতে উন্মোচন কৰা হয়।

অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী ৰূপে তিনি গৰাকী সম্ভাৱনাময় যুৱতীয়ে কেটৱাক প্ৰদৰ্শন কৰে।

অনুষ্ঠানতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেচেডৰ মেঘা মূৰ্চনা বৰা আৰু অসম প্ৰশাসনিক সেৱাত যোগ্যতাৰে স্থান লাভ কৰা বোকাখাতৰ বেদব্ৰত পেগুকো সম্বৰ্ধনা জনোৱাৰ লগতে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰজোযনাত আৰম্ভ হোৱা বোকাখাত লাইভৰো শুভাৰম্ভ কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd