• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 11:51 am
Trans Couple birth Baby
262
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতা আৰু সমতাৰ দিশলৈ আৰু এক সাহসৰ খোজ আগবঢ়ালে কেৰালাৰ এহাল ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে। দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে জন্ম দিলে সন্তান।

উল্লেখ্য যে কিছুদিন পূৰ্বে দেশত এহাল ট্ৰেন্সজেণ্ডাৰ দম্পতীয়ে প্ৰথমবাৰৰ গৰ্ভধাৰণ কৰিছে বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল। ইনষ্টাগ্ৰামৰ জৰিয়তে গৰ্ভধাৰণৰ ফ’ট শ্বেয়াৰ কৰি তেওঁলোকে নিজেই প্ৰকাশ কৰিছিল এই কথা।

জানিব পৰা মতে, এই ট্ৰেন্সজেণ্ডাৰ দম্পতীহালৰ ঘৰ কেৰালাৰ কোজিকোডত। তেওঁলোক হৈছে জিয়া আৰু জাহাদ। জীয়া হৈছে ট্ৰান্স ওমেন অৰ্থাৎ জীয়া শাৰীৰিকভাবে পুৰুষ হিচাপে জন্ম হৈ পিছত নিজে নাৰীলৈ ৰূপান্তৰিত হৈছে।

আনহাতে জাহাদ হৈছে ট্ৰান্স মেন অৰ্থাৎ জাহাদে নাৰীৰ শৰীৰত জন্মগ্ৰহণ কৰি নিজকে পুৰুষ শৰীৰলৈ পৰিণত কৰিছে। যোৱা তিন বছৰ ধৰি একেলগে আছে এই দুই প্ৰেমিক-প্ৰেমিকা।

 

 

View this post on Instagram

 

A post shared by Ziya Paval (@paval19)

উল্লেখ্য যে কিছুদিন পূৰ্বে জিয়াই ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে অহা মাৰ্চ মাহৰ প্ৰথম সন্তানটি সন্তানটি ভূমিস্থ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল যদিও যোৱা বুধবাৰেই অৰ্থাৎ ফেব্ৰুৱাৰী মাহতেই সন্তানটিয়ে জন্ম লাভ কৰে।

বুধবাৰে দিনৰ ৯.৩০ মান বজাত কেৰেলাৰ এখন চৰকাৰী চিকিৎসালয়ত জন্ম লাভ কৰে সন্তানটিয়ে। দেশত প্ৰথবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰৰ গৰ্ভত গৰ্ভস্থ হোৱা এই সন্তানটিৰ লিংগ পুৰুষ, মহিলা নে অন্যান্য সেই সম্পৰ্কে তথ্য দিবলৈ অস্বীকাৰ কৰিছে জিয়া আৰু জাহাদে।

 

 

View this post on Instagram

 

A post shared by Ziya Paval (@paval19)

যি কি নহওক দেশত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেণ্ডাৰে গৰ্ভধাৰণ কৰি সন্তান দিয়াটোৱে ভাৰতবৰ্ষত LGBTQAI++ ৰ স্বাধীনতা আৰু অধিকাৰৰ সংগ্ৰাম খনলৈ এন অনন্য মাত্ৰা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনিলে।

Recent News

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd