• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2025 5:16 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাৰ অপাৰেশ্যন সিন্দূৰে লাভ কৰিলে সফলতা। ইয়াৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিলে কেইবাজনো বীৰ সেনাই। অপাৰেশ্যন সিন্দূৰৰ সময়ত দেশৰ বাবে প্ৰাণাহুতি দিয়া সেনা সকলৰ বিষয়ে জানো আহক

চাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ মোগা (ভাৰতীয় বায়ুসেনা)

Apply Now

চাৰ্জেণ্ট সুৰেন্দ্ৰকুমাৰ মোগা বায়ুসেনাৰ স্বাস্থ্য সহায়ক। তেওঁক উধামপুৰলৈ পঠিওৱা হৈছিল। চাৰিদিন পিছতে শ্বহীদ হৈছিল সুৰেন্দ্ৰ। যোৱা ১১ মে’ত অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ গোলাবৰ্ষণ আৰু ড্ৰ’ন আক্ৰমণত নিহত হৈছিল। মোগাৰ ঘৰ ৰাজস্থানৰ ঝুনঝুনু জিলাৰ মেহৰাদাছি গাঁৱত। সীমান্তত উত্তেজনা বৃদ্ধি পোৱাত তেওঁক জম্মু-কাশ্মীৰ ফ্ৰণ্টলৈ প্ৰেৰণ কৰা হৈছিল।

উপ পৰিদৰ্শক মহম্মদ ইমতিয়াজ (বি এছ এফ)

জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ আৰ এছ পুৰাত কৰ্মৰত আছিল সীমান্তৰক্ষী উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজে। যোৱা ১১ মে’ত পাকিস্তানৰ গোলাবৰ্ষণত শ্বহীদ হৈছিল তেওঁ।

ভাৰতীয় সেনাৰ লেন্স নাইক দীনেশ কুমাৰ

লেন্স নাইক দীনেশ কুমাৰক ৰাষ্ট্ৰীয় ৰাইফলছৰ ৪২ নং বেটেলিয়ন মেকানাইজড ইনফেণ্ট্ৰিত নিয়োজিত কৰা হৈছিল। জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানী বাহিনীনে কৰা গুলীচালনাত তেওঁ ছহিদ হয়।

ভাৰতীয় সেনাৰ ৰাইফলমেন সুনীল কুমাৰ

ৰাইফলমেন সুনীল কুমাৰ জম্মুৰ ট্ৰেয়া গাঁৱৰ বাসিন্দা। বয়স ২৫ বছৰ। আৰ এছ পুৰা খণ্ডত গোলাবৰ্ষণৰ সময়ত তেওঁ গুৰুতৰভাৱে আহত হয়। পিছত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

মুদাৱত মুৰালী নাইক (ভাৰতীয় সেনা)

অন্ধ্ৰ প্ৰদেশৰ শ্ৰী সত্য সাই জিলাৰ কন্দ্ৰাম গাঁৱৰ বাসিন্দা মুৰালীৰ বয়স মাত্ৰ ২৫ বছৰ। এজন খেতিয়কৰ পুত্ৰ মুৰালীয। নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানৰ গোলাবৰ্ষণত শ্বহীদ হয় মুৰালী। মৃত্যুৰ মাত্ৰ চাৰিদিন পূৰ্বে কাশ্মীৰলৈ আহিছিল মুৰালী। ২০১৮ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰা মুৰালীয়ে ৬ মে‘ত মাতৃৰ সৈতে ভিডিঅ‘ কলত কথা পাতিছিল। ৯ মে’ত ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

হাবিলদাৰ ঝান্টু আলী শ্বেখ (ভাৰতীয় সেনা বিশেষ বাহিনী)

পশ্চিমবংগৰ কৃষ্ণনগৰৰ বাসিন্দা হাবিলদাৰ ঝন্টু। তেওঁ পেৰা ট্ৰুপছ (বিশেষ বাহিনী)ৰ ৬ নং বেটেলিয়নত সেৱা আগবঢ়াইছিল। ২৩ এপ্ৰিলত উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযানত অংশগ্ৰহণ কৰি থকা অৱস্থাত এনকাউণ্টাৰত নিহত হয়। ঝন্টুৰ এগৰাকী পত্নী ঝুমা আৰু দুটা সন্তান আছে। উত্তৰ প্ৰদেশৰ আগ্ৰা কেণ্টনমেণ্টত বাস কৰিছিল ঝান্টুৱে।

পুঞ্চ ছেক্টৰত পাকিস্তানৰ গোলাবৰ্ষণত শ্বহীদ হয় গুনাৰ দীনেশ শৰ্মা (৩২)। সেনা জোৱান চিপাহী শচীন যাদৱ (২৯) মহাৰাষ্ট্ৰৰ নন্দদ জিলাৰ ডেগলুৰ তালুকৰ তামলুৰ গাঁৱৰ বাসিন্দা। যোৱা ৮ মে’ত সংঘটিত হোৱা এক মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত বায়ুসেনাৰ এয়াৰমেন কমল কামবোজৰ মৃত্যু হয়। পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিওঁতে মুখামুখি সংঘৰ্ষত শ্বহীদ হয় চিপাহী অমিত চৌধুৰীও। ৮ মে’ত সংঘটিত দুৰ্ঘটনাত চিপাহী সূৰ্য যাদৱৰো মৃত্যু হয়।

জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত হিচাপে কৰ্মৰত ড০ ৰাজকুমাৰ থাপাই ১০ মে’ত পাকিস্তানে নিক্ষেপ কৰা গোলাত মৃত্যুবৰণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd