• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছান ফ্ৰান্সিস্কোত ভাৰতীয় দূতাবাসত অগ্নিসংযোগ খালিস্তানপন্থীৰ! পাঁচ মাহত দ্বিতীয়টো আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 9:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত পুনৰ ভাৰতীয় দূতাবাসত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গভীৰ নিশা দুষ্কৃতিকাৰীয়ে দূতাবাসত অগ্নিসংযোগ কৰে। দূতাবাসৰ ভৱনৰ এটা অংশত জুই লাগে। এই ঘটনাত খালিস্তান পন্থীৰ দিশে অভিযোগ উত্থাপিত হৈছে৷ ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত পাঁচ মাহৰ ভিতৰত এইটো দ্বিতীয়টো আক্ৰমণৰ ঘটনা।

ছান ফ্ৰান্সিস্কোৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰে মাজ নিশা (স্থানীয় সময় অনুসৰি ১.৩০ৰ পৰা ২.৩০) ভাৰতীয় দূতাবাসৰ সন্মুখত একাংশ দুষ্কৃতিকাৰী সমবেত হয়। তেওঁলোকে দূতাবাসত জুই লগাই দিয়ে। ক্ষন্তেকতে জুই চাৰিওফালে বিয়পি পৰে। দূতাবাসৰ ভৱনৰ এটা অংশ জ্বলি উঠে।

অভিযোগ অনুসৰি, খালিস্তান সমৰ্থকে দূতাবাসত অগ্নিসংযোগ কৰে। অৱশ্যে এই ঘটনাত হতাহতৰ কোনো খবৰ পোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰি ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। কিছু মুহূৰ্তৰ ভিতৰতে তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

SF consulate being set on fire by Khalistanis. Yesterday. July 2. 2023. pic.twitter.com/YpKCNQHHwg

— Asha Jadeja Motwani 🇮🇳🇺🇸 (@ashajadeja325) July 3, 2023

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এই কথা নিশ্চিত কৰিছে।  তেওঁ লগতে কয় যে আমেৰিকাই যিকোনো ধৰণৰ হিংসা আৰু ধ্বংসাত্মক কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰে। বিশেষকৈ বিদেশী প্ৰতিনিধিৰ ওপৰত আক্ৰমণ আমেৰিকাত শাস্তিযোগ্য অপৰাধ।

The U.S. strongly condemns the reported vandalism and attempted arson against the Indian Consulate in San Francisco on Saturday. Vandalism or violence against diplomatic facilities or foreign diplomats in the U.S. is a criminal offense.

— Matthew Miller (@StateDeptSpox) July 3, 2023

যোৱা মাৰ্চ মাহতো ছান ফ্ৰান্সিস্কোত থকা এই ভাৰতীয় দূতাবাসত আক্ৰমণ কৰা হৈছিল। সেই সময়ত খালিস্তানী নেতা অমৃতপল সিং ভাৰতত পলাতক আছিল। পঞ্জাৱ আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ দেশজুৰি নিশ্চিদ্ৰ তালাচী চলাইছিল।

সেই সময়তো ছান ফ্ৰান্সিস্কোৰ খালিস্তানী সমৰ্থকে আৰক্ষীৰ অভিযানৰ বিৰোধিতা কৰি দূতাবাসটোত আক্ৰমণ চলাইছিল। দূতাবাস ভাঙি লণ্ডভণ্ড কৰিছিল। আনকি দূতাবাসৰ ভিতৰতে খালিস্তানী বেনাৰো এৰি থৈ গৈছিল। তাত লগতে আছিল অমৃতপালৰ মুক্তিৰ দাবী জনোৱা পোষ্টাৰো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

September 11, 2025 11:53 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

September 11, 2025 10:42 am
অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

September 11, 2025 9:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

September 11, 2025 11:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd