• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলকাতাত গ্ৰেপ্তাৰ হ’ল কাৰ্বি আংলঙৰ সুৰা ব্যৱসায়ীৰ হত্যাকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2019 9:22 am
নিহত সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়, ফাইল ফটো

নিহত সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়, ফাইল ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খতখতিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়ৰ হত্যাকাণ্ডৰ মূখ্য খলনায়ক সন্দীপ মিত্ৰক অসম আৰু পশ্চিম বংগ আৰক্ষীয়ে সোমবাৰে কলকাতাৰ যোধপুৰ পাৰ্কৰ পৰা গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে কলকাতা আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ এটা দলে চাৰি ঘণ্টা যুটীয়া অভিযান চলাই অপৰাধীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সন্দীপ মিত্ৰ ৰাথোড়ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ আছিল।

উল্লেখযোগ্য যে যোৱা ২৩ জুনত খটখটীৰ নিজা বাসগৃহত নিশা প্ৰায় ৯:৩০ বজাত ৭-৮জনীয়া এটা বন্দুকধাৰী দুৰ্বৃত্তৰ দলে  গুলীয়াই হত্যা কৰিছিল সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়ক।

জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত হোৱাৰ এমাহ পূৰ্বেই সন্দীপ মিত্ৰই ৰাথোড়ৰ পৰা প্ৰায় ১ কোটি টকা লৈ পলায়ন কৰিছিল। ইয়াৰ পিছতে দুৰ্বৃত্তক লগাই ডকাইতি কৰি ব্যৱসায়ীজনৰ ঘৰত জমা থকা বৃহৎ পৰিমাণৰ ধন নিবৰ বাবেই মেনেজাৰজনে হত্যাকাণ্ডটো সংঘটিত কৰা বুলি আৰক্ষীয়ে অনুমান কৰিছে।

উল্লেখযোগ্য যে উক্ত হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত যোৱা ২৫ জুনত ডিমাপুৰৰ পৰা আজিজুল ইছলাম (২৭) আৰু নিতেশ কুমাৰ ঠাকুৰ (২৭) নামৰ দুজন লোকক খতখতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Recent News

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd