• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১২টা পদকেৰে অৰুণাচলৰ নাম উজলোৱা মুস্তি যোদ্ধাৰ দলক প্ৰশংসা মন্ত্ৰী কিৰেন ৰিজিজুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2019 3:44 pm
kiren-rijiju-arm-wrestlers-750x375
207
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল কমবেট গেইমছ (আই চি জি)ত ১২টাকৈ পদক দখল কৰা অৰুণাচল প্ৰদেশৰ মুস্তি যোদ্ধাৰ দলক প্ৰশংসাৰে ওপচাই পেলাইছে কেন্দ্ৰীয় ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে।

প্রতিোগিতাখনত অৰুণাচল প্রদেশৰ দলটোৱে ১১টা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰিছে।

খেলুৱৈসকলৰ সাফল্যত উৎফুল্লিত ৰিজিজুৱে টুইটযোগে কয়, ‘ইয়াত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল কমবেট গেইমছত অৰুণাচল প্ৰদেশে যথেষ্ট ভাল ফলাফল দেখুৱাইছে, ১২টা পদকৰ ভিতৰত ১১টায়ে সোণ’।

পুৰুষৰ ছিনিয়ৰ শাখাত ডামদো য়ামছা, মাৰপু য়িগাম, ৰবিন নাটুং, কিৰবা ললেন, টাছেন ৰুটি, মলি নমদিৰ আৰু ন্যিউমাৰ বাগৰাই এটাকৈ সোণৰ পদক লাভ কৰে।

আনহাতে মহিলাৰ ছিনিয়ৰ শাখাত সোণৰ পদক লাভ কৰা খেলুৱৈ কেইগৰাকী হ’ল কানু য়মছা, বি ললেন আৰু জাম্বন ললেন।

ইয়াৰ উপৰি পুৰুষৰ জুনিয়ৰ শাখাত নিয়ছাৰ লিকাৰে স্বৰ্ণ অৰ্জন কৰাৰ লগতে একমাত্ৰ ৰূপৰ পদকটো লাভ কৰে মহিলাৰ ছিনিয়ৰ শাখাৰ খেলুৱৈ কাটু য়মছাই।

ইণ্টাৰনেশ্যনেল কমবেট গেইমছখন নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা দেওবাৰলৈ অনুষ্ঠিত হৈছিল।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd