• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীপেন বৰুৱাৰ চিৰসেউজ গীতৰ আমেজ লৈ মন্ত্ৰী কিৰেন ৰিজিজুৰ ভ্ৰমণ; VIDEO

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2019 12:28 pm
73.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে অসমৰ বিশিষ্ট গায়ক দ্বিপেন বৰুৱাৰ চিৰসেউজ গীত ‘এইখনি গাঁও বুকুৰ আপোন’ বজাই গাড়ীৰে গৈ থকা ভিডিঅ’ই ফে’চবুকত ব্যাপক সহাঁৰি লাভ কৰিছে।

মন্ত্ৰীজনে ফে’চবুকত আপল’ড কৰা ভিডিঅ’টো বালিপাৰা-ভালুকপুং পথেৰে গৈ থকা অৱস্থাত লোৱা।

ভিডিঅ’টোত তেওঁ গাড়ীত একেলগে অহা এজন সহযাত্ৰীৰ আগত অসমৰ ঘাইপথসমূহৰ অৱস্থা যথেষ্ট উন্নত হোৱা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীক সৰ্বানন্দ সোণোৱালক প্ৰসংশা কৰে।

‘অসমৰ প্ৰায়ে চব হাইৱে টো ভালেই হৈ গ’ল এতিয়া…চব হাই-ফাই ৰাস্তা’ তেওঁ এনেদৰে কয়। তেওঁ আৰু কয়, ‘সোণোৱাল চাহাব ইমান ভাল কাম কৰি আছে। আৰু ইয়াত অৰুণাচলৰ কেইটা চব ইম্প্ৰোভ হৈ আছে।‘

ৰিজিজুয়ে তেওঁৰ প’ষ্টটোত উত্তৰ-পূবৰ প্ৰতি থকা নৰেন্দ্ৰ মোদীৰ স্বপ্নই অঞ্চলটোক শীৰ্ষমানৰ ৰাস্তা দিছে বুলি কয়। অৱশ্যে মাটীৰ ক্ষতিপূৰণক লৈ একাংশ লোকে সৃষ্টি কৰা অবাঞ্ছনীয় কাৰকৰ বাবে কিছুমান অঞ্চলত পথৰ কাম স্থগিত আছে বুলিও তেওঁ লগতে কয়।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ উক্ত ভিডিঅ’ বৰ্তমানলৈকে ৫০০ৰো অধিক শ্বেয়াৰ হৈছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভিডিঅ’টোক নিজৰ পে’জত শ্বেয়াৰ কৰিছে।

ফে’চবুক পে’জৰ প’ষ্টত সৰ্বানন্দ সোণোৱালে এইদৰে কয়, ‘চিৰসেউজ অসমীয়া গীতৰ আমেজ লৈ সেউজী গাঁৱৰ মাজেৰে বন্ধু কিৰেণ ৰিজিজু’।

আনহাতে বহুতেই ৰিজিজুৰ উক্ত প’ষ্টটোৰ কমেন্তত তেওঁক সমালোচনাও কৰিছে। তেওঁলোকে ৰিজিজুক অসম তথা উত্তৰ-পূবৰ জৰাজীৰ্ণ অৱস্থাত থকা আন বাট-পথ সমূহ এইদৰে ভ্ৰমণ কৰিবলৈ আহ্বান জনায়।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd