• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অধিক তীব্ৰতৰ আন্দোলনত জঁপিয়াই পৰিল কৃষক মুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 6, 2019 12:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অধিক তীব্ৰতৰ আন্দোলনত জঁপিয়াই পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰে। সংগঠনটোৰ প্ৰায় ৫ শতাধিক সদস্যই দুপৰীয়া সময়ত ঘেৰাও কৰে কাৰ্য্যালয়টো।

কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে অনা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত এইদৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয় ঘেৰাও কৰে কৃষক মুক্তিৰ প্ৰতিবাদকাৰীসকলে।

বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ সন্মুখতে বিজেপি গ’ বেক, বিজেপিৰ দাদাগিৰি নচলিব, আৰ এছ এছ বিজেপি নিপাত যাওক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীসকলৰ অধিকাংশই মহিলা আছিল।

প্ৰতিবাদকাৰীসকলে কাৰ্য্যালয় ঘেৰাও কৰা সময়ত কাৰ্য্যালয়টোত ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, মুমিনুল আৱাল আদি কাৰ্য্যকৰ্তা আছিল বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে, শেহতীয়াকৈ প্ৰতিবাদস্থলীত উপস্থিত হৈছেহি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া। মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ উপস্থিত হৈছেহি প্ৰতিবাদস্থলীত। সম্ভাব্য পৰিস্থিতি চম্ভালিবলৈ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়টোৰ সন্মুখত অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে কেইদিন মানৰ পূৰ্বে অসম বিজেপিয়ে ৰাফেল বিমান ক্ৰয় কেলেংকাৰিত কংগ্ৰেছে দেশত হৈ-চৈৰ সৃষ্টি কৰাৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ গৈ বিমুখ হৈ উভতি আহিছিল।

শেহতীয়া বাতৰি মতে, আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায়। আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত টনা-আঁজোৰা লগাৰ ফলত কেইবাগৰাকী মহিলাৰ গাৰ কাপোৰ পৰ্য্যন্ত ফাটে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd