• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চম পৰ্যায়ৰ লকডাউন: কৰ্মক্ষেত্ৰত কৰ’না সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰৰ নতুন নিৰ্দেশনা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2020 12:12 pm
employee-wearing-face-mask

প্ৰতিনিধিত্বমূলক ফটো

19.4k
VIEWS
Share on FacebookShare on Twitter

পঞ্চম পৰ্যায়ৰ লকডাউন অৰ্থাৎ আনলক-১ৰ আৰম্ভ হোৱাৰ পাছতেই কাৰ্যালয়সমূহ খুলিবলৈ লৈছে।

যাতায়ত ব্যৱস্থা স্বাভাৱিক হোৱাৰ পাছতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে খুলিব।

এনে পৰিস্থিতিত কৰ্মক্ষেত্ৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি, লক্ষণহীন কৰ্মচাৰীসকলেহে কাৰ্যালয়ত অহাৰ অনুমতি লাভ কৰিব। জ্বৰ, চৰ্দি আদি থকা কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

সেইদৰে কাৰ্যালয়লৈ অহা বাহিৰা লোকৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ’ব।

আনহাতে, লক্ষণবিহীন হ’লেই যে কাৰ্যালয়লৈ আহিব পাৰিব সেয়া নহয়।

যিসকল কৰ্মচাৰী কনটেইনমেন্ট জ’নত থাকে তেওঁলোককো কৰ্মক্ষেত্ৰত যোগ দিবলৈ অনুমতি দিয়া নহয়।

কনটেইনমেন্ট জ’ন উঠি যোৱাৰ পাছতহে কাৰ্যালয়লৈ আহিব পাৰিব আৰু তেতিয়ালৈকে ঘৰৰ পৰাই কাম চলাব লাগিব।

ইপিনে, প্ৰতিজন বিষয়া, কৰ্মচাৰী তথা কাৰ্যালয়লৈ অহা লোকৰ মাস্ক বা ফেচ ক’ভাৰ থকাটো বাধ্যতামূলক। অন্যথা কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি নাপাব।

তদুপৰি,কাৰ্যালয়ৰ সকলো স্থান ছেনিটাইজড কৰিব লাগিব। কৰ্মচাৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

মাস্কৰ উপৰি গ্ল’ভছ পিন্ধিব লাগিব আৰু সঘনাই হাত ধুই বা ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। কাৰ্যালয়ৰ চৌপাশত থু পেলোৱা নিষেধ।

আনহাতে, প্ৰতিজন কৰ্মচাৰীৰে আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক। কাৰ্যালয়ত থাৰ্মেল স্ক্ৰীণিং কৰিব লাগিব। কাৰ্যালয়ত এক মিটাৰ দূৰত্ব বজাই ৰাখি বহিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। ৮জুনৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰীভাৱে বলবৎ হ’ব।

কাৰ্যালয়ৰ উপৰি হোটেল, ৰেষ্টুৰেন্ট তথা ধৰ্মীয় স্থানসমূহতো পালন কৰিবলগীয়া নিয়ম সম্পৰ্কে নিৰ্দেশনা জাৰি কৰা হৈছে।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd