• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চম পৰ্যায়ৰ লকডাউন: কৰ্মক্ষেত্ৰত কৰ’না সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰৰ নতুন নিৰ্দেশনা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2020 12:12 pm
employee-wearing-face-mask

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চম পৰ্যায়ৰ লকডাউন অৰ্থাৎ আনলক-১ৰ আৰম্ভ হোৱাৰ পাছতেই কাৰ্যালয়সমূহ খুলিবলৈ লৈছে।

যাতায়ত ব্যৱস্থা স্বাভাৱিক হোৱাৰ পাছতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে খুলিব।

Apply Now

এনে পৰিস্থিতিত কৰ্মক্ষেত্ৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি, লক্ষণহীন কৰ্মচাৰীসকলেহে কাৰ্যালয়ত অহাৰ অনুমতি লাভ কৰিব। জ্বৰ, চৰ্দি আদি থকা কৰ্মচাৰীক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

সেইদৰে কাৰ্যালয়লৈ অহা বাহিৰা লোকৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ’ব।

আনহাতে, লক্ষণবিহীন হ’লেই যে কাৰ্যালয়লৈ আহিব পাৰিব সেয়া নহয়।

যিসকল কৰ্মচাৰী কনটেইনমেন্ট জ’নত থাকে তেওঁলোককো কৰ্মক্ষেত্ৰত যোগ দিবলৈ অনুমতি দিয়া নহয়।

কনটেইনমেন্ট জ’ন উঠি যোৱাৰ পাছতহে কাৰ্যালয়লৈ আহিব পাৰিব আৰু তেতিয়ালৈকে ঘৰৰ পৰাই কাম চলাব লাগিব।

ইপিনে, প্ৰতিজন বিষয়া, কৰ্মচাৰী তথা কাৰ্যালয়লৈ অহা লোকৰ মাস্ক বা ফেচ ক’ভাৰ থকাটো বাধ্যতামূলক। অন্যথা কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি নাপাব।

তদুপৰি,কাৰ্যালয়ৰ সকলো স্থান ছেনিটাইজড কৰিব লাগিব। কৰ্মচাৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

মাস্কৰ উপৰি গ্ল’ভছ পিন্ধিব লাগিব আৰু সঘনাই হাত ধুই বা ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। কাৰ্যালয়ৰ চৌপাশত থু পেলোৱা নিষেধ।

আনহাতে, প্ৰতিজন কৰ্মচাৰীৰে আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক। কাৰ্যালয়ত থাৰ্মেল স্ক্ৰীণিং কৰিব লাগিব। কাৰ্যালয়ত এক মিটাৰ দূৰত্ব বজাই ৰাখি বহিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। ৮জুনৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰীভাৱে বলবৎ হ’ব।

কাৰ্যালয়ৰ উপৰি হোটেল, ৰেষ্টুৰেন্ট তথা ধৰ্মীয় স্থানসমূহতো পালন কৰিবলগীয়া নিয়ম সম্পৰ্কে নিৰ্দেশনা জাৰি কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd