• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

HS Result 2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 9:26 am
418
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা- ২০২৩ ৰ ফলাফল।

ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-সংকল্পজিৎ শইকীয়াই।

তেওঁ মুঠ ৪৯০ নম্বৰ লাভ কৰিছে।

দ্বিতীয় স্থানত আছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ– দিয়া মহন্ত।

তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৪৮৮।

তৃতীয় স্থান লাভ কৰিবলৈ ইনষ্টিটিউশ্যনেল প্ৰাইভেট শিক্ষাৰ্থী- শ্ৰেয়া সৰকাৰ।

তেওঁৰ মুঠ নম্বৰ হৈছে ৪৮৭।

চতুৰ্থ স্থানত আছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-ছুক্লেনমুং চেতিয়া।

তেওঁৰ মুঠ নম্বৰ হৈছে ৪৮৬।

পঞ্চম স্থান লাভ কৰিছে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-শ্বেখ ছানিয়া তচনিম ৰহমান ।

তেওঁ মুঠ নম্বৰ পাইছে ৪৮২।

ষষ্ঠ স্থানত পাইছে শংকৰদেব একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল)নলবাৰীৰ- কাব্যশ্ৰী শৰ্মা।

তেওঁ মুঠ নম্বৰ পাইছে ৪৮১।

সপ্তম স্থান লাভ কৰিছে কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বৰপেটাৰ- কস্মিতা শৰ্মা।

আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-শ্বনম শইকীয়া।

তেওঁলোকে মুঠ নম্বৰ পাইছে- ৪৮০।

অষ্টম স্থান লাভ কৰিছে আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) বৰপেটাৰ- প্ৰতীক্ষা ভূঞা,

আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) বৰপেটাৰ- দৃষ্টি এন জি বৰ্মন

আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-জেৰিফা আহমেদ।

তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯।

নৱম স্থানত পাইছে আনন্দৰাম বৰুৱা একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল) বৰপেটাৰ-কাব্যশ্ৰী দাস।

তেওঁৰ মুঠ নম্বৰ হৈছে- ৪৭৭।

দশম স্থান লাভ কৰিছে কনচেপ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-ক্ৰিষ্টিনা দেৱী

আৰু ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাওঁৰ-মৃন্ময় কুমাৰ বৰা।

তেওঁলোকে মুঠ নম্বৰ পাইছে- ৪৭৬।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd