• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Oscars 2023 Winners: বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ শিৰত শ্ৰেষ্ঠত্বৰ খিতাপ ‘অস্কাৰ’; চাওক সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 2:45 pm
157
VIEWS
Share on FacebookShare on Twitter

এইবাৰৰ ৯৫ তম অস্কাৰ আছিল ব্যতিক্ৰমী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ শিল্পীসকলৰ হাতত উঠিল সোণালী পুতলা। শৰণাৰ্থীৰ যন্ত্ৰণাৰ কাহিনী দাঙি ধৰা ‘এভৰিথিং এভাৰৱেৰ অল এট ৱান্স’-য়ে সৰ্বাধিক সাতটা বঁটা লাভ কৰিছে। মালয়েছিয়াৰ অভিনেত্ৰী মিচেল ইয়োৱে ছবিখনত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ব্ৰেণ্ডন ফ্ৰেজাৰে “দ্য হোৱেল”ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। ভাৰতীয়সকলৰ বাবে বহু আকাংক্ষিত অস্কাৰ আহিল ‘নাটু নাটু’ গানটো আৰু ‘দ্য এলিফেণ্ট হুইচপাৰআৰ্ছ’ৰ যোগেদি।

অস্কাৰৰ সম্পূৰ্ণ তালিকাখন চাওঁক –

শ্ৰেষ্ঠ ছবি: এভৰিথিং এভাৰৱেৰ অল এট ৱান্স

শ্ৰেষ্ঠ পৰিচালক: ডেনিয়েল কোৱান আৰু ডেনিয়েল শ্বিনাৰ্ট (এভৰিথিং এভাৰৱেৰ অল এট ৱান্স)

শ্ৰেষ্ঠ অভিনেতা: “দ্য হোৱেল”ৰ বাবে-ব্ৰেণ্ডন ফ্ৰেজাৰ

শ্ৰেষ্ঠ অভিনেত্ৰী – এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-মিচেল ইয়ো

শ্ৰেষ্ঠ সহ অভিনেতা – এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-কি হুই কোৱান

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী – এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-জেমি লী কাৰ্টাৰ

শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য: এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-ডেনিয়েল কোৱান আৰু ডেনিয়েল স্কিনাৰ্ট

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য – চাৰা পোল (উইমেন টকিং)

শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম – গিলেৰ্মো ডেল টৰোছ পিনোচিঅ’

শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ – অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট (জাৰ্মানী)

শ্ৰেষ্ঠ তথ্যচিত্ৰ – নাভালনি

শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি– দ্য এলিফেন্ট হুইচপাৰাৰ্ছ

শ্ৰেষ্ঠ লাইভ একচন চুটি চলচ্চিত্ৰ – এন আইৰিছ গুডবাই

শ্ৰেষ্ঠ এনিমেটেড চুটি চলচ্চিত্ৰ – দ্য বয়, দ্য মোল, দ্য ফক্স এণ্ড দ্য হৰ্ছ

শ্ৰেষ্ঠ মৌলিক সংগীত – ভলকাৰ বাৰ্টেলমেন (অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট)

শ্ৰেষ্ঠ মৌলিক গান – নাটু নাটু (আৰআৰআৰ)

শ্ৰেষ্ঠ ছাউণ্ড – মাৰ্ক ৱেনগাৰ্টেন, জেমছ মেথাৰ, এআই নেলচন, ক্ৰিছ বাৰ্ডন, মাৰ্ক টেইলৰ (শীৰ্ষ গান: মেভেৰিক)

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী – জেমছ ফ্ৰেণ্ড  ‘অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট’)

শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং – এড্ৰিয়ান মৰোট, জুডি চিন, এনি মেৰী ব্ৰেডলী (দ্য হোৱেল)

শ্ৰেষ্ঠ কষ্টিউম ডিজাইন – ৰুথ ই কাৰ্টাৰ (ব্লেক পেন্থাৰ: ৱাকান্দা ফৰেভাৰ)

শ্ৰেষ্ঠ সম্পাদনা – পল ৰজাৰ্ছ  (এভৰিথিং এভাৰৱেৰ অল এট ৱান্স)

শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট – অভেটাৰ: দ্য ওৱে অফ অভেটাৰ

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd