• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বয়সৰ পাৰ্থক্য কিমান হ’লে বাঢ়িব প্ৰেম; পতি-পত্নীৰ মাজত কিমান বছৰৰ বয়সৰ পাৰ্থক্য থকা ভাল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2024 7:48 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6.8k
VIEWS
Share on FacebookShare on Twitter

বয়সৰ বৃহৎ ব্যৱধান আৰু অতি কম বয়সৰ ব্যৱধান থকাৰ পিছতো বহু দম্পতীয়ে সুখেৰে জীয়াই থকা আমি দেখিবলৈ পাওঁ। দুজনৰ মাজত প্ৰকৃত প্ৰেম থাকিলে বয়স কোনো বাধা নহয় বুলি বিশেষজ্ঞসকলে কয়। বহুতে পতি-পত্নীৰ বয়সৰ পাৰ্থক্য থকা উচিত বুলিও ভাবে। গতিকে আদৰ্শ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে জানো আহক।

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে এই বয়সৰ পাৰ্থক্যই মানসিক আৰু শাৰীৰিক সুস্থতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বয়সৰ পাৰ্থক্যই দম্পতীহালৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বুলিও গৱেষকসকলে বিশ্বাস কৰে। বয়সৰ পাৰ্থক্য কম হ’লে দম্পতীহালৰ মাজত বুজাবুজি ভাল হয় বুলিও বহুতে মত প্ৰকাশ কৰে।

আমাৰ দেশত এটা সময় আছিল যেতিয়া ছোৱালী ল’ৰাতকৈ সৰু হোৱাটো গুৰুত্বপূৰ্ণ আছিল। এতিয়া সেই ধাৰণা সলনি হৈছে। ল’ৰাবোৰেও নিজতকৈ দুবছৰৰ পৰা তিনিবছৰ ডাঙৰ ছোৱালীক বিয়া পাতিছে। কোন বয়সীয়াল হ’ব লাগে কোৱাটো টান। কিন্তু বয়োজ্যেষ্ঠসকলৰ মতে ল’ৰাটো ডাঙৰ হ’ব লাগে।

দম্পতীৰ মাজত বয়সৰ পাৰ্থক্যই তেওঁলোকৰ মানসিক আৰু আৱেগিক দিশত প্ৰভাৱ পেলায়। কিন্তু কেবল বয়সৰ পাৰ্থক্যইহে যে দুয়োৰে সম্পৰ্কক মজবুত কৰে সেয়া নহয়। বয়সৰ বাহিৰেও আন বহুতো কাৰকে জীৱনত প্ৰভাৱ পেলায়।

বয়সৰ পাৰ্থক্যৰ বাছনি সম্পূৰ্ণৰূপে ব্যক্তিজনৰ জীৱন অভিজ্ঞতা, প্ৰেম, বুদ্ধিমত্তা আৰু ইজনে সিজনৰ প্ৰতি থকা মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান ল’ৰা-ছোৱালী উভয়েই সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে যে তেওঁলোকে কিমান বয়সৰ পাৰ্থক্য বিচাৰে।

যদি দুয়োজনে ইজনে সিজনৰ প্ৰেমত সন্তুষ্ট হয় তেন্তে বয়সৰ পাৰ্থক্যই কেতিয়াও আপোনাৰ সম্পৰ্ক বা বিবাহত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। কোনো সম্পৰ্কৰ সফলতা বা বিফলতাৰ কাৰণ কেৱল বয়সৰ পাৰ্থক্য বুলি ক’ব নোৱাৰি। কিন্তু এই কাৰণ উল্লেখ কৰি বহুতে সম্পৰ্কৰ পৰা আঁতৰি যায়।

চহৰ অঞ্চলত বয়সৰ পাৰ্থক্যৰ ধাৰণা কম। ক’ব পাৰি যে বয়সৰ পাৰ্থক্য চোৱাৰ মানসিকতা কমিছে। গ্ৰামাঞ্চলত এতিয়াও বহু ক্ষেত্ৰত ল’ৰা ছোৱালীতকৈ দুবছৰৰ পৰা চাৰি বছৰ ডাঙৰ হ’ব লাগে বুলি বিশ্বাস কৰা হয়। কিন্তু বয়সৰ ডাঙৰ পাৰ্থক্য থাকিলে গাঁৱৰ মানুহে সহজে মানি ল’ব নোৱাৰে। তেন্তে আদৰ্শ বয়সৰ পাৰ্থক্য কি হ’ব লাগে?

কিছুমান গৱেষণাৰ মতে স্বামী-স্ত্ৰীৰ বয়সৰ পাৰ্থক্য ২ৰ পৰা ৫ বছৰৰ ভিতৰত হ’ব লাগে। অৱশ্যে কোন বয়সীয়াল সেইটো সম্পূৰ্ণ দম্পতীহালৰ ওপৰত নিৰ্ভৰশীল। গৱেষকসকলৰ মতে বয়সৰ পাৰ্থক্য সম্পূৰ্ণ ব্যক্তিগত বিষয়। 

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd