• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 11:41 am
233
VIEWS
Share on FacebookShare on Twitter

কোহলি এক বিৰাট বিতৰ্কত লিপ্ত হৈ পৰিছে। বক্সিং ডে’ টেষ্টৰ প্ৰথম দিনাই বিৰাট কোহলিয়ে ক্ৰীজত নৱাগত ছেম কনষ্টাসক কান্ধত খুন্দা মাৰে। তাৰ পিছত কথা কটাকটিৰ পৰা আৰম্ভ কৰি স্লেজিংলৈকে আনকি ৰঙা চকু দেখুৱালৈকে – একো বাদ নিদিলে কোহলিয়ে। পিছত উছমান খোৱাজা আহি দুয়োকে পৃথক কৰি দিয়ে।

আই চি চিৰ নিয়ম অনুসৰি বিপক্ষ ক্ৰিকেটাৰ, আম্পায়াৰ, খেলুৱৈৰ ছাপোৰ্ট ষ্টাফ, মেচ ৰেফাৰীৰ সৈতে অবাঞ্চিত শাৰীৰিক সংস্পৰ্শ কৰিব নোৱাৰি। আইচিচিৰ নিয়মাৱলীত কোৱা হৈছে যে, “ক্ৰিকেটত যিকোনো ধৰণৰ অনুপযুক্ত শাৰীৰিক সংস্পৰ্শ নিষিদ্ধ। ইয়াৰ পৰা কেইবাটাও ব্যতিক্ৰম আছে। কিন্তু যদি কোনো খেলুৱৈয়ে ইচ্ছাকৃতভাৱে, বেপেৰোৱাভাৱে অন্য কোনো ক্ৰিকেটাৰ বা আম্পায়াৰৰ খোজ কাঢ়ি গৈ বা দৌৰি গৈ খুন্দা মাৰে বা কান্ধত আঘাত কৰে, তেন্তে তেওঁলোকে এই নিয়ম উলংঘা কৰিছে বুলি বুলি গণ্য কৰা হ’ব।”

“উলংঘাৰ গুৰুত্ব মূল্যায়নত তলত দিয়া কাৰকসমূহ বিবেচনা কৰা হ’ব (ইয়াৰ ব্যতিক্ৰম হিচাপে): (i) বিশেষ পৰিস্থিতিৰ প্ৰসংগ, য’ত যোগাযোগটো ইচ্ছাকৃতভাৱে (অৰ্থাৎ, উদ্দেশ্যপ্ৰণোদিত), অসাৱধানতাপূৰ্ণ, গাফিলতি আৰু/বা পৰিহাৰযোগ্য আছিল নে নাই সেইটোকে ধৰি।” (ii) সংস্পৰ্শৰ বল (iii) সংস্পৰ্শৰ ফলত ক্ষতিগ্ৰস্ত ব্যাক্তি আঘাতপ্ৰাপ্ত হৈছে নে নাই; আৰু (iv) যাৰ সৈতে সংস্পৰ্শ হৈছে তাৰ পৰিচয় (লেভেল ১ কেৱল খেলুৱৈৰ সৈতে সংস্পৰ্শৰ ক্ষেত্ৰতহে প্ৰযোজ্য)।”

অৰ্থাৎ মেলবৰ্ণ টেষ্ট পৰিচালনাৰ দায়িত্বত থকা জিম্বাবুৱেৰ মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টে বিবেচনা কৰিব যে কোহলি-কনষ্টাসৰ কাণ্ডটোৱে আইচিচিৰ কোনটো নিয়ম উলংঘা কৰিছে। যদি তেওঁ ইয়াক লেভেল-২ অপৰাধ বুলি গণ্য কৰে, তেন্তে সংশ্লিষ্ট ক্ৰিকেটাৰজনৰ লগত তিনি-চাৰিটা ডিমেৰিট পইণ্ট যোগ কৰা হ’ব।

Virat Kohli and Sam Konstas exchanged a heated moment on the MCG. #AUSvIND pic.twitter.com/QL13nZ9IGI

— cricket.com.au (@cricketcomau) December 26, 2024

এই পৰ্যায়ত অপৰাধ বেছি হ’লে জৰিমনা বিহা হ’ব। কিন্তু চাৰিটা ডিমেৰিট পইণ্ট যোগ কৰিলে সংশ্লিষ্ট ক্ৰিকেটাৰজন এখন মেচৰ বাবে নিলম্বিত হ’ব পাৰে।

কোহলীয়ে আগতেও এনে অপৰাধ সংঘটিত কৰিছিল?

২০১৯ চনত বেংগালুৰুত অনুষ্ঠিত হোৱা টি-২০ মেচত দক্ষিণ আফ্ৰিকাৰ বেটছমেন বুৰন হেণ্ড্ৰিক্সৰ কান্ধত আঘাত কৰাৰ বাবে কোহলিৰ নামত ডেমেৰিট পইণ্ট সংযোজন কৰা হৈছিল। কেতিয়া ক্ৰিকেটাৰে নিৰ্বাসনৰ সন্মুখীন হ’ব? যদি ২৪ মাহৰ ভিতৰত কোনো ক্ৰিকেটাৰৰ নামত চাৰিটা বা তাতকৈ অধিক ডিমেৰিট পইণ্ট যোগ হয়, তেন্তে সেই ক্ৰিকেটাৰজনক নিৰ্বাসনত পঠিওৱা হয়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd