• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 11:41 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোহলি এক বিৰাট বিতৰ্কত লিপ্ত হৈ পৰিছে। বক্সিং ডে’ টেষ্টৰ প্ৰথম দিনাই বিৰাট কোহলিয়ে ক্ৰীজত নৱাগত ছেম কনষ্টাসক কান্ধত খুন্দা মাৰে। তাৰ পিছত কথা কটাকটিৰ পৰা আৰম্ভ কৰি স্লেজিংলৈকে আনকি ৰঙা চকু দেখুৱালৈকে – একো বাদ নিদিলে কোহলিয়ে। পিছত উছমান খোৱাজা আহি দুয়োকে পৃথক কৰি দিয়ে।

আই চি চিৰ নিয়ম অনুসৰি বিপক্ষ ক্ৰিকেটাৰ, আম্পায়াৰ, খেলুৱৈৰ ছাপোৰ্ট ষ্টাফ, মেচ ৰেফাৰীৰ সৈতে অবাঞ্চিত শাৰীৰিক সংস্পৰ্শ কৰিব নোৱাৰি। আইচিচিৰ নিয়মাৱলীত কোৱা হৈছে যে, “ক্ৰিকেটত যিকোনো ধৰণৰ অনুপযুক্ত শাৰীৰিক সংস্পৰ্শ নিষিদ্ধ। ইয়াৰ পৰা কেইবাটাও ব্যতিক্ৰম আছে। কিন্তু যদি কোনো খেলুৱৈয়ে ইচ্ছাকৃতভাৱে, বেপেৰোৱাভাৱে অন্য কোনো ক্ৰিকেটাৰ বা আম্পায়াৰৰ খোজ কাঢ়ি গৈ বা দৌৰি গৈ খুন্দা মাৰে বা কান্ধত আঘাত কৰে, তেন্তে তেওঁলোকে এই নিয়ম উলংঘা কৰিছে বুলি বুলি গণ্য কৰা হ’ব।”

Apply Now

“উলংঘাৰ গুৰুত্ব মূল্যায়নত তলত দিয়া কাৰকসমূহ বিবেচনা কৰা হ’ব (ইয়াৰ ব্যতিক্ৰম হিচাপে): (i) বিশেষ পৰিস্থিতিৰ প্ৰসংগ, য’ত যোগাযোগটো ইচ্ছাকৃতভাৱে (অৰ্থাৎ, উদ্দেশ্যপ্ৰণোদিত), অসাৱধানতাপূৰ্ণ, গাফিলতি আৰু/বা পৰিহাৰযোগ্য আছিল নে নাই সেইটোকে ধৰি।” (ii) সংস্পৰ্শৰ বল (iii) সংস্পৰ্শৰ ফলত ক্ষতিগ্ৰস্ত ব্যাক্তি আঘাতপ্ৰাপ্ত হৈছে নে নাই; আৰু (iv) যাৰ সৈতে সংস্পৰ্শ হৈছে তাৰ পৰিচয় (লেভেল ১ কেৱল খেলুৱৈৰ সৈতে সংস্পৰ্শৰ ক্ষেত্ৰতহে প্ৰযোজ্য)।”

অৰ্থাৎ মেলবৰ্ণ টেষ্ট পৰিচালনাৰ দায়িত্বত থকা জিম্বাবুৱেৰ মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টে বিবেচনা কৰিব যে কোহলি-কনষ্টাসৰ কাণ্ডটোৱে আইচিচিৰ কোনটো নিয়ম উলংঘা কৰিছে। যদি তেওঁ ইয়াক লেভেল-২ অপৰাধ বুলি গণ্য কৰে, তেন্তে সংশ্লিষ্ট ক্ৰিকেটাৰজনৰ লগত তিনি-চাৰিটা ডিমেৰিট পইণ্ট যোগ কৰা হ’ব।

Virat Kohli and Sam Konstas exchanged a heated moment on the MCG. #AUSvIND pic.twitter.com/QL13nZ9IGI

— cricket.com.au (@cricketcomau) December 26, 2024

এই পৰ্যায়ত অপৰাধ বেছি হ’লে জৰিমনা বিহা হ’ব। কিন্তু চাৰিটা ডিমেৰিট পইণ্ট যোগ কৰিলে সংশ্লিষ্ট ক্ৰিকেটাৰজন এখন মেচৰ বাবে নিলম্বিত হ’ব পাৰে।

কোহলীয়ে আগতেও এনে অপৰাধ সংঘটিত কৰিছিল?

২০১৯ চনত বেংগালুৰুত অনুষ্ঠিত হোৱা টি-২০ মেচত দক্ষিণ আফ্ৰিকাৰ বেটছমেন বুৰন হেণ্ড্ৰিক্সৰ কান্ধত আঘাত কৰাৰ বাবে কোহলিৰ নামত ডেমেৰিট পইণ্ট সংযোজন কৰা হৈছিল। কেতিয়া ক্ৰিকেটাৰে নিৰ্বাসনৰ সন্মুখীন হ’ব? যদি ২৪ মাহৰ ভিতৰত কোনো ক্ৰিকেটাৰৰ নামত চাৰিটা বা তাতকৈ অধিক ডিমেৰিট পইণ্ট যোগ হয়, তেন্তে সেই ক্ৰিকেটাৰজনক নিৰ্বাসনত পঠিওৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd