• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফুচকাত মিহলালে টয়লেটৰ পানী; উত্তেজিত গ্ৰাহকে লণ্ডভণ্ড কৰিলে দোকান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 9:07 am
maxresdefault

প্ৰতিনিধিত্বমূলক ফটো।

672
VIEWS
Share on FacebookShare on Twitter

বেছিভাগ লোকৰে আকৰ্ষণ তথা পছন্দৰ বস্তু এই ফুচকা বা পানীপুৰি। কৰ’না লকডাউনৰ পাছত এতিয়া বহুতেই কৰ’না বিধি মানিও ৰাস্তাৰ কাষত ঠেলাত বিক্ৰী কৰা এই ফুচকাৰ সোৱাদ ল’বলৈ তৎপৰ হৈ পৰিছে।

ইয়াৰ মাজতে বিশেষ ফুচকা বা মুম্বাইৰ পানীপুৰিত মিহলোৱা হৈছে টয়লেটৰ পানী! এয়া মুম্বাইৰ কোহলাপুৰৰ ঘটনা।

ইপিনে, এই ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তেজিত গ্ৰাহকে দোকানখন ভাঙি লণ্ডভণ্ড কৰে।

পথৰ দাঁতিত মু্বাইৰ বিশেষ পানীপুৰি লিখা থকা দোকানত বিক্ৰী কৰা ফুচকাত টয়লেটৰ পৰা ভৰাই লৈ অহা পানী মিহলোৱা হৈছে। এই দৃশ্য কেমেৰাত ধৰা পৰাৰ পাছতেই উত্তেজিত ৰাইজে দোকানখন ভাঙি পেলায়।

কোহলাপুৰৰ ৰংকলা লেকৰ ওচৰত এই ব্যস্ত অঞ্চলত বহু লোকেই ৰাস্তাৰ কাষৰ খাদ্য গ্ৰহণ কৰে।

ভিডিঅ’ত দেখা যায় যে স্পেছিয়েল ফুচকা লিখা থকা দোকানখনৰ মালিকে ওচৰতে থকা এটা ৰাজহুৱা শৌচাগাৰৰ পৰা পানী ভৰাই আনি ফুচকাত মিহলাইছে।

ইয়াৰ পাছতে ক্ষুব্ধ গ্ৰাহক তথা জনতাই দোকানখন ভাঙি গোটেই ফুচকা পেলাই দিয়ে।

এই ঘটনাৰ পাছতে অঞ্চলটোত ফুচকা বেপাৰীসকলক আৰু দেখা যোৱা নাই।

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd