• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কনচাৰ্টত অংশ ল’বলৈ গৈছিল; মঞ্চত উঠাৰ পূৰ্বে বাথৰুমত উদ্ধাৰ গায়িকাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 3:40 pm
কনচাৰ্টত অংশ ল’বলৈ গৈছিল; মঞ্চত উঠাৰ পূৰ্বে বাথৰুমত উদ্ধাৰ গায়িকাৰ মৃতদেহ

কোৰিয়ান গায়িকা লি চাং ইউন। ফাইল ফটো: সংগ্ৰহীত।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰিয়াৰৰ ৩৩ সংখ্যক কনচাৰ্টত অংশগ্ৰহণ কৰিবলৈ গৈছিল যদিও মঞ্চত উঠাৰ আগতে বাথৰুমত উদ্ধাৰ হয় জনপ্ৰিয় কোৰিয়ান গায়িকা লি চাং ইউনৰ নিথৰ দেহ! ততাতয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

লি চাং ইউনে গিমচেয়ন পৌৰসভাৰ কোৱাৰত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। তেওঁ আহি মঞ্চ কঁপাব, তাৰ বাবে দৰ্শক তথা শ্ৰোতাই অপেক্ষা কৰি আছিল। কিন্তু তাৰ কেইমিনিটমান আগলৈকে গায়িকাগৰাকীক মঞ্চৰ পিছফালে দেখা পোৱা নগ’ল। তেতিয়াই তেওঁৰ দলৰ সদস্য আৰু কনচাৰ্টৰ আয়োজকসকলে লি চাং ইউনক বিচাৰিবলৈ আৰম্ভ কৰে।

বাথৰুমত বিচাৰি যাওতে লি চাং ইউনৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তাৰ পৰাই কণ্ঠশিল্পীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় আৰু কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইয়াৰ পিছতে কণ্ঠশিল্পী লি ছাং ইউনৰ মৃত্যুৰ খবৰ আৰক্ষীয়ে সদৰী কৰে। গায়িকাগৰাকীৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ইতিমধ্যে এই ৰহস্য উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd