• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান কুনাল কামৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2021 6:50 pm
ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান কুনাল কামৰা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান কুনাল কামৰা।

আজি সামাজিক মাধ্যমযোগে তেওঁ এই কথা প্ৰকাশ কৰিছে।

তেওঁৰ উপৰিও তেওঁৰ পিতৃ-মাতৃৰো ক’ভিড পজিটিভ ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰিছে।

My parents are Covid positive & they’re in a hospital near by. I’m Covid positive quarantined at home. I’ve spoken to everyone who I was in contact with. Me and my family will be fine soon. Please take the second wave very seriously & be super careful ✌🏽✌🏽✌🏽

— Kunal Kamra (@kunalkamra88) April 6, 2021

তেওঁৰ টুইটাৰ একাউণ্টৰ যোগেৰে কমেডিয়ানজনে জনায় যে তেওঁৰ পিতৃ-মাতৃ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আনহাতে তেওঁ নিজা বাসগৃহত কোৱাৰেণ্টাইনত আছে।

তেওঁৰ স’তে শেহতীয়াকৈ সম্পৰ্কত থকা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈ তেওঁ অনুৰোধ জনায়।

লগতে ক’ভিডৰ দ্বিতীয় ঢৌক গভীৰভাৱে ল’বলৈও তেওঁ সকলোলৈকে অনুৰোধ জনাইছে।

উল্লেখযোগ্য নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে সঘনাই ব্যংগাত্মক সমালোচনা কৰি চৰ্চালৈ অহা কমেডিয়ানজনৰ চ’চিয়েল মিডিয়াত অসংখ্য অনুৰাগী আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd