• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুকুৰ হেৰাল হলিউদ তাৰকা লেডি গাগাৰ, সম্ভেদ দিলে প্ৰদান কৰিব ৩ কোটিৰো অধিক টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 8:31 am
268
VIEWS
Share on FacebookShare on Twitter

হলিউদৰ জনপ্ৰিয় সংগীতশিল্পী লেডি গাগাৰ কজি, গুষ্টাভ আৰু মিছ এছিয়া নামৰ তিনিটাকৈ ফৰাচী বুলডগ আছে। তাৰে কজি আৰু গুষ্টাভ বুধবাৰে চুৰি হয়।

লছ এঞ্জেলছৰ পথত কুকৰকেইটা ফুৰাবলৈ নিওঁতে পহৰাদাৰজনক এজন বন্দুকধাৰী দুবৃত্তই গুলিবৰ্ষণ কৰাৰ পাছতে কজি আৰু গুষ্টাভ চুৰি হয়।

আনহাতে মিছ এছিয়াই কেনেবাকৈ পলাই সাৰে আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে।

কুকুৰ দুটা চুৰি হোৱাৰ সময়ত লেডি গাগা ওৰফে ষ্টেফানি জাৰ্মানট্টা এখন চিনেমাৰ কামত ব্যস্ত আছিল হাজাৰ কিলোমিটাৰ দূৰৈৰ ইটালীৰ ৰোমত।

এটা সূত্ৰই প্ৰকাশ কৰা মতে, কুকুৰ দুটাৰ সম্ভেদ দিব পৰা ব্যক্তিক লেডি গাগাই ভাৰতীয় হিচাপত ৩ কোটিৰো অধিক টকাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰিব।

১১ বাৰৰ গ্ৰেমী বিজয়ী লেডি গাগা সংগীতানুৰাগীসকলৰ বাবে এগৰাকী পৰিচিত নাম। ২০০৮ চনৰ ‘‘দা ফেম মনষ্টাৰ’’ নামৰ এলবামটোৰ অভূতপৰ্ব জনপ্ৰিয়তাৰ পাছত তেওঁ থমকি ৰোৱা নাই।

৩৪ বছৰীয়া সংগীতশিল্পীগৰাকীয়ে এদিনত তেওঁ ১ কোটিৰো অধিক টকা আয় কৰি বিশ্বৰ অন্যতম চহকী সংগীতশিল্পী হিচাপে পৰিগণিত হৈছে।

পোহনীয়া কুকুৰ তিনিটা লেডি গাগাৰ অতি মৰমৰ আৰু ৰাজহুৱা অনুষ্ঠানসমূহলে লগত কুকুৰ তিনিটাকো লৈ যোৱাটো সংগীতশিল্পীগৰাকীৰ অভ্যাস। মিছ এছিয়াৰ নামত তেওঁ এটা ইনষ্ট্ৰাগ্ৰাম একাউণ্টো খুলিছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd