• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষয়িত্ৰী নয়নতৰা হত্যাৰ নতুন মোৰ, আৰক্ষীৰ জালত স্বামী- পুত্ৰসহ চাৰিজন অভিযুক্ত

চাজিদ খান by চাজিদ খান
July 13, 2020 7:25 am
Lady-teachers-body-recov
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাতংকৰ মাজতে ৰাজ্যক জোকাৰি যোৱা কলাইগাওঁৰ হাইস্কুল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ হত্যাৰ ঘটনাই নতুন মোৰ লৈছে।

৬ জুলাইৰ দিনা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ৫৩ বছৰীয়া নয়নতৰা চহৰীয়াৰ মৃতদেহ উদ্ধাৰ হৈছিল পিছ দিনা কলাইগাওঁৰ ইউ এন একাডেমীৰ এটা কোঠাৰ ভিতৰত। অৰ্দ্ধ নগ্ন অৱস্থাত উদ্ধাৰ হোৱা শিক্ষয়িত্ৰী গৰাকীৰ মুখ মণ্ডল চিনিব নোৱাৰাকৈ এচিড ঢালি জ্বলাই দিয়া হৈছিল।

প্ৰথম দৃষ্টিত শিক্ষয়িত্ৰী গৰাকীক বলাৎকাৰ কৰি হত্যা কৰা হৈছিল বুলি ভবা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাত শিক্ষয়িত্ৰী গৰাকীক বলাৎকাৰ কৰাৰ প্ৰমাণ পোৱা হোৱা নাছিল।

ৰাজ্য জোকাৰি যোৱা ঘটনাটোক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উদ্বেগ ব্যক্ত কৰি চি আই ডিক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

চি আই ডিয়ে ওদালগুৰি আৰক্ষীৰ সহযোগত ঘটনাটোৰ তদন্ত চলাই শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ হত্যাৰ ঘটনাত শিক্ষয়িত্ৰী গৰাকীৰ স্বামী উপেন বৰুৱা, জ্যেষ্ঠ পুত্ৰ হিৰক জ্যোতি বৰুৱা, ঘৰৰ কাম কৰা মহিলা যশোদা ৰাভা আৰু আন এজন সন্দেহযুক্ত লোক নেৱাজ আহমেদক গ্ৰেপ্তাৰ কৰে।

ওদালগুৰি ন্যায়িক দণ্ডাধীশৰ আদালতে চাৰিওজন অভিযুক্তক ৭ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

সন্দেহ কৰা অনুসৰি শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ স্বামী উপেন বৰুৱাৰ আন মহিলাৰ সৈতে পৰকীয়া সম্পৰ্ক আছে আৰু ইয়াৰ প্ৰতিবাদ কৰাৰ বাবেই নয়নতৰা চহৰীয়াক হত্যা কৰা হ’ল।

আৰক্ষীৰ তদন্তত সকলো কথা শীঘ্ৰে পোহৰলৈ আহিব।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

September 12, 2025 4:17 pm
বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

September 12, 2025 3:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd