• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষয়িত্ৰী নয়নতৰা হত্যাৰ নতুন মোৰ, আৰক্ষীৰ জালত স্বামী- পুত্ৰসহ চাৰিজন অভিযুক্ত

চাজিদ খান by চাজিদ খান
July 13, 2020 7:25 am
Lady-teachers-body-recov
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাতংকৰ মাজতে ৰাজ্যক জোকাৰি যোৱা কলাইগাওঁৰ হাইস্কুল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ হত্যাৰ ঘটনাই নতুন মোৰ লৈছে।

৬ জুলাইৰ দিনা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ৫৩ বছৰীয়া নয়নতৰা চহৰীয়াৰ মৃতদেহ উদ্ধাৰ হৈছিল পিছ দিনা কলাইগাওঁৰ ইউ এন একাডেমীৰ এটা কোঠাৰ ভিতৰত। অৰ্দ্ধ নগ্ন অৱস্থাত উদ্ধাৰ হোৱা শিক্ষয়িত্ৰী গৰাকীৰ মুখ মণ্ডল চিনিব নোৱাৰাকৈ এচিড ঢালি জ্বলাই দিয়া হৈছিল।

Apply Now

প্ৰথম দৃষ্টিত শিক্ষয়িত্ৰী গৰাকীক বলাৎকাৰ কৰি হত্যা কৰা হৈছিল বুলি ভবা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাত শিক্ষয়িত্ৰী গৰাকীক বলাৎকাৰ কৰাৰ প্ৰমাণ পোৱা হোৱা নাছিল।

ৰাজ্য জোকাৰি যোৱা ঘটনাটোক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উদ্বেগ ব্যক্ত কৰি চি আই ডিক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

চি আই ডিয়ে ওদালগুৰি আৰক্ষীৰ সহযোগত ঘটনাটোৰ তদন্ত চলাই শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ হত্যাৰ ঘটনাত শিক্ষয়িত্ৰী গৰাকীৰ স্বামী উপেন বৰুৱা, জ্যেষ্ঠ পুত্ৰ হিৰক জ্যোতি বৰুৱা, ঘৰৰ কাম কৰা মহিলা যশোদা ৰাভা আৰু আন এজন সন্দেহযুক্ত লোক নেৱাজ আহমেদক গ্ৰেপ্তাৰ কৰে।

ওদালগুৰি ন্যায়িক দণ্ডাধীশৰ আদালতে চাৰিওজন অভিযুক্তক ৭ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

সন্দেহ কৰা অনুসৰি শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ স্বামী উপেন বৰুৱাৰ আন মহিলাৰ সৈতে পৰকীয়া সম্পৰ্ক আছে আৰু ইয়াৰ প্ৰতিবাদ কৰাৰ বাবেই নয়নতৰা চহৰীয়াক হত্যা কৰা হ’ল।

আৰক্ষীৰ তদন্তত সকলো কথা শীঘ্ৰে পোহৰলৈ আহিব।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd