• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ বছৰ বয়সতে মেছিৰ সৈতে তুলনা! নিজে কি ভাবে, উত্তৰ দিলে স্পেইনৰ লেমিন ইয়ামালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2024 12:38 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ১৬ বছৰ বয়সত ইউৰো কাপ জয় কৰিছিল। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ উদীয়মান ফুটবলাৰৰ বঁটা লাভ কৰিছিল। ১৭ বছৰ বয়সত লেমিন ইয়ামালক লিয়নেল মেছিৰ সৈতে তুলনা কৰা হৈছে। এই তুলনাৰ বিষয়ে স্পেনিছ ফুটবলাৰগৰাকীয়ে নিজে কি ভাবে?

ইয়ামালে মেছিৰ পুৰণি ক্লাব বাৰ্চিলোনাৰ হৈ খেলে। ক্লাব ফুটবলতো তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এতিয়াৰে পৰা তেওঁক ভৱিষ্যতৰ তাৰকা হিচাপে গণ্য কৰা হয়। সেই ইয়ামালে মেছিৰ সৈতে তেওঁৰ তুলনাৰ বিষয়ে মুখ খুলিছে।

লগতে পঢ়কঃ শিশু ‘হস্তান্তৰযোগ্য সম্পত্তি’ নহয়; ২ বছৰ ৭ মহীয়া শিশুৰ জিম্মাৰ গোচৰত ক’লে উচ্চতম ন্যায়ালয়ে

তেওঁ কয়, ‘যেতিয়া আপোনাক ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সৈতে তুলনা কৰা হয়, তেতিয়া আপুনি নিশ্চয় ভাল খেলি আছে। মই তেনেকৈয়ে ভাবো। গতিকে এই তুলনাই মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই। কিন্তু সঁচা কথা ক’বলৈ গ’লে মই কাকো নকল কৰিব নিবিচাৰো। মই মাথোঁ ভাল খেলিব বিচাৰো।”

কিছুদিন পূৰ্বে ইয়ামালে মেছি আৰু নেইমাৰক লৈ নিজৰ মত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁ দুয়োৰে খেল চাই ভাল পায়। নেইমাৰৰ খেলৰ শৈলী তেওঁ ভাল পায়। আৰু মেছি তেওঁৰ দৃষ্টিত বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ। মেছিৰ দৰে তেওঁ বাওঁ ভৰিৰ ফুটবলাৰ। তাৰ বাবেই ইয়ামালে স্বীকাৰ কৰে যে তেওঁৰ খেলৰ শৈলী কেতিয়াবা মেছিৰ সৈতে মিল থাকে। স্পেনিছ ফুটবলাৰগৰাকীয়ে লগতে স্বীকাৰ কৰে যে তেওঁ মেছিৰ খেল চাই বহু কথা শিকিছে।

লগতে পঢ়কঃ ভাৰতীয় সংগীত জগতৰ একমেব অদ্বিতীয়ম শিল্পীগৰাকী! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি

এইবাৰ ব্যালন ডি’অৰ বঁটাৰ বাবে মনোনীত হৈছে ইয়ামাল। তেওঁ এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ফুটবলাৰ। বাৰ্চিলোনাৰ হৈ এই ছিজনত দৃষ্টি আকৰ্ষণ কৰিছে ইয়ামালে। বিশেষজ্ঞসকলে কয় যে তেওঁ ভৱিষ্যতে স্পেইনক আৰু ডাঙৰ ডাঙৰ ট্ৰফী জিকাব। ইয়ামালে সদ্যহতে কেৱল নিজৰ ফুটবলৰ কথাহে ভাবিব বিচাৰে। তেওঁ আৰু ভাল খেলিব বিচাৰে। 

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd